যোৱা ২৯ জুলাইত আঙুৰলতাৰ ডেকাৰ নেতৃত্বত এটা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্লোগান দি আহোম জাতিক অপমান কৰাত ক্ষুদ্ধ হৈ আছে সমগ্ৰ আহোম জাতিৰ লগতে আহোমৰ দল সংগঠন। কিন্তু ৰহস্য জনক ভাৱে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতো উক্ত শ্লোগান দিয়া ব্যক্তিজনক আজি লৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰাত টাইপাই অসম চৰকাৰক সংবাদ মেলৰ যোগেদি অসম আৰক্ষীৰ ব্যৰ্থতাৰ লগতে আহোম জাতিক বিজেপি চৰকাৰখনে অপমান কৰাৰ এজেণ্ডা লৈছে নিকি প্ৰশ্ন উত্থাপন কৰে ইয়াৰ উপৰিও আহোমৰ বিভিন্ন অনুস্থান মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই অংশগ্ৰহণ কৰি এখন নাটক সৃষ্টি কৰিছে নিকি বুলিও প্ৰশ্ন উত্থাপন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে। অতি শীঘ্ৰে আহোম জনগোষ্ঠীক মুৰ্দাবাদ শ্লোগান দিয়া ব্যক্তিজনক আটক নকৰিলে জিলা সদৰে সদৰে বিক্ষোভ, দিছপুৰ ঘেৰাও আৰু বিজেপিৰ মূখ্যকাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লব বুলিও সংবাদ মেলত উত্থাপন কৰে আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iQOO Z9 Turbo की लॉन्च डेट आई सामने, इन डिवाइस से होगी सीधी टक्कर, यहां जानें डिटेल्स
Vivo के सब ब्रांड iQOO अपने लेटेस्ट फोन को लॉन्च करने की तैयारी है। हम iQOO Z9 Turbo की बात कर...
बाबो... झोपेत गोधडीत होता कोब्रा, अन त्याने प्रचंड वेगाने काय केल बघा...
जबलपूर: बहुतेक साप विषारी नसतात, परंतु तरीही साप चावल्याने तुमचे खूप नुकसान होऊ शकते अशा...
Review of Satyaprem Ki Katha: Kartik Aaryan and Kiara Advani's film is well-intentioned. - Nerwzdadyd
Newzdaddy Entertainment updates
Kartik Aaryan got a role in the movie Akaash Vaani very early in...
পদ্মশ্ৰী যাদৱ পায়েঙক সম্বৰ্ধনা বিধায়ক ভূৱন গাম দম্পতীৰ
গুৱাহাটী মহানগৰী স্থিত নিজা বাসগৃহত মাজুলীৰ বিধায়ক ভূৱন গাম আৰু তেওঁৰ পত্নীয়ে অৰণ্য মানৱ যাদৱ...
स्फोट घडवून आणण्याच्या तयारीत असलेले तिघेजण पोलिसांच्या ताब्यात
परळी (प्रतिनिधी ) औष्णिक विद्युत केंद्राच्या आधीपत्याखालील राखेच्या तलावात जिलेटिन कांड्यांचा...