ৰাজ্য খনৰ বহ্মপুত্ৰ উপত্যকাৰ সকলো চাহ বাগিচাৰ শ্ৰমিকক প্ৰতি বছৰে দূৰ্গাপূজাৰ পূৰ্বে বোনাচ দিয়াতো পৰম্পৰা দৰে চলি আহিছে । বিগত বৰ্ষ বিলাকৰ দৰে এই বাৰো চাহ শ্ৰমিক সকলক ২০ শতাংশ বোনাচ দিবৰ বাবে অসম চাহ মজদুৰ সংঘই চাহ বাগিচাৰ মালিক সকলৰ লগতে এবিটা , বিচিপি , এটিপিএ , টাই আৰু নেটালৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছে বুলি মৰাণ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে এক প্ৰেছ বিবৃতি যোগে জনাইছে । কেন্দ্ৰীয় সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সম্পাদক ৰূপেশ গোৱালাৰ স্বাক্ষৰিত দাবী পত্ৰ খনত উল্লেখ থকা মতে খাদ্য সামগ্ৰীৰ লগতে অন্যান্য বয় - বস্তুৰ মূল্যৰ বৃদ্বি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ২০ শতাংশ বোনাচ দিবলৈ দাবী জনাইছে । বোনাচ , চাহ বাগিচাত সৃষ্টি হোৱা কাজিয়া , মাদক দ্ৰব্য প্ৰচলন আদি কেইবাটাও গুৰুত্ব পূৰ্ণ সমস্যা সমাধানৰ কাৰণে অহা ২৪ আগষ্টত মৰাণ শাখা চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত এখন জৰুৰী সভা আহ্বান কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી ની આંગડિયા પેઢી માંથી ૪ વર્ષ પહેલા રૂપિયા અગિયાર લાખ પાંચ હજાર તેમજ મોટરસાઇકલ ની ચોરી કરનાર ચોર આખરે ૪ વર્ષ બાદ ઝડપાયો.
આ કામનો આરોપી.
રમેશભાઈ મોહનભાઇ ચાંડેચરા ફરીયાદી ની શેઠ મહેન્દ્ર અરવિંદ આંગડીયા પેઢી...
ढाका में तख्तापलट के बाद दिल्ली में बांग्लादेश उच्चायोग की सुरक्षा बढ़ाई गई
बांग्लादेश में तख्तापलट होने के बाद पूरी स्थिति पर भारत सरकार भी नजर बनाए हुए है। हालातों को...
বামুণবাৰী বগৰীগুৰি বৰবাম গাঁৱত অবৈধ চুলাই বিৰুদ্ধে বামুণবাৰী আৰক্ষীৰ অভিযান
বামুণবাৰী বগৰীগুৰি বৰবাম গাঁৱত অবৈধ চুলাই বিৰুদ্ধে বামুণবাৰী আৰক্ষীৰ অভিযান