ৰহা গাঁও ২নং বাৰ্ডৰ নিবাসী তথা টেম্পু চলাই পৰিয়ালৰ পুহপাল দি অহা মনি আৰু বৰ্নালী বনিয়াৰ সু সন্তান ওম প্ৰকাশ বনীয়াই নিট পৰীকত ৭২০নং ৰ ভিতৰত ৪৪৭নং পাই যোৰহাট মেডিকেল কলেজ ত চিট পাবলৈ সক্ষম হৈ প্ৰমান কৰিলে যে যদি মনত প্ৰবল একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকে তেতিয়া দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত বাধা হব নোবাৰে লগতে ৰহা নতুনচাৰিআলী নিবাসী তথা বিশিষ্ট ব্যবসায়ী তপন ভূঞা আৰু ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা মনালিছা ভাৰতীৰ সু কন্যা স্বাশ্বতী ভূঞা ই নিট পৰীক্ষা ত ৪১৭নং লাভ কৰি নলবাৰী মেডিকেল কলেজ স্থান পাবলৈ সক্ষম হৈ ৰহালৈ গৌৰৱ কঢিয়াই অনাত আজি সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ সভাপতি সঞ্জয় কুমাৰ কাকতি, সম্পাদক ভাৰত বৰুৱা সহ এক প্ৰতিনিধি দল আজি পূবা দুয়ো মেধাবী ছাত্ৰ ছাত্ৰী ৰ ঘৰত উপস্থিত হৈ এখন এখন ফুলাম আৰু মোমেন্টু প্ৰদান কৰি সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে ।