নাজিৰা মেছাগড় কেঞ্জুক্ষেত্ৰত সদৌ কপলীয়াল সন্দিকৈ বংশাৱলী উদ্যাপন তিনিদিনীয়া কাৰ্য্যসূচীৰে।১২১ বৰ্ষ গৰকা সদৌ কপলীয়াল বংশাৱলী সফল সামৰণি পৰে দেওবাৰে। জাতি -ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বাৰে ৰহনীয়া বৰ্ণিল শোভাযাত্ৰা , ঐতিহ্য প্ৰদৰ্শনী আছিল অন্যতম আকৰ্ষণ।কপলীয়াল সন্দিকৈ বংশাৱলীৰ ডাঃ গোবিন্দ সন্দিকৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে নাজিৰাৰ প্ৰাক্তন বিধায়িকা ডঃ হেমপ্ৰভা শইকীয়াই। বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ৰাজদ্বীপ বাইলুং বৰুৱা।নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া, টাই আহোম ছাত্ৰসন্থাৰ সভাপতি বসন্ত গগৈ, পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি অতুল ফুকন, চিকিৎসক তথা সমাজ কৰ্মী ডাঃ লক্ষ্য সন্দিকৈ কে আদিকৰি বহুকেইজন গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
108MP कैमरा, 5000 mAh बैटरी और एचडी डिस्प्ले वाला ये फोन हो गया बहुत सस्ता, जानिए कीमत और ऑफर्स
अगर आप Realme C53 फोन के लिए फ्लिपकार्ट एक्सिस बैंक कार्ड से भुगतान करते हैं तो आपकी अच्छी बचत हो...
संजय राऊत यांना जमीन झाल्याने शिक्रापूरात शिवसैनिकांचा जल्लोष
संजय राऊत यांना जमीन झाल्याने शिक्रापूरात शिवसैनिकांचा जल्लोष
पन्ना के युवाओं ने धूमधाम से मनाया बागेश्वर धाम के पीठाधीश्वर पं धीरेन्द्र कृष्ण शास्त्री जी का जन्म दिवस
पन्ना ।
के युवाओं ने धूमधाम से मनाया बागेश्वर धाम के पीठाधीश्वर पं धीरेन्द्र कृष्ण शास्त्री जी...
થરાદ માંથી મળી આવિ ચાઈનીઝ દોરી...
થરાદ માંથી મળી આવિ ચાઈનીઝ દોરી...
પ્રતિબંધિત ચાઈનીઝ સિન્થેટીક દોરી સાથે એક ઈસમને...