শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত খোজৰ উদ্যোগত আয়োজিত নৱম শিৱসাগৰ গ্ৰন্থ উৎসৱত সাহিত্যচাৰ্য শিৱসাগৰ কলেজৰ প্ৰাক্তন প্ৰৱক্তা নাহেন্দ্ৰ পাদুনক প্ৰদান কৰা হয় প্ৰজ্ঞাৰ সাধক বঁটা। এই গ্ৰন্থ উৎসৱত ব্যতিক্ৰম সাহিত্যৰ অনুষ্ঠানৰ লগতে ব্যতিক্ৰমী চিন্তাৰে কাৰ্য্যসূচী পালন কৰাহয়। উল্লেখ্য যে কবি সত্যজিত নাথৰ সম্পাদনাৰেগ্ৰন্থ উৎসৱৰ থলীত উন্মোচন কৰা হয় ক্ষুদ্ৰতম কৱিতা পুথি প্ৰীতিৰ উপহাৰ।