২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ বোমা বিস্ফোৰণত যিসকল নিৰীহ কণ কণ শিশু আৰু নাগৰিকে দুর্ভাগ্যজনকভাৱে প্ৰাণ আহুতি দিয়ে l তেওঁলোকক স্মৰণ কৰি কামৰূপ জিলাতো শোক দিৱস পালন কৰা হয় । এই উপলক্ষে আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত শোক দিৱসৰ কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে উপায়ুক্ত কাৰ্য্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধিতা কৰি শান্তি, সামাজিক শৃংখলা আৰু সকলো লোকৰ মাজত বুজাপৰা বৃদ্ধিৰ হকে কাম কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ লগতে অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দি যোৱাৰ শপতবাক্য পাঠ কৰোৱায় । কাৰ্যসূচীৰ অংশৰূপে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ উপৰি উপস্থিত সকলোৱে কলা বেজ পৰিধান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে প্ৰেয়সী অলকানন্দাক পিন্ধালে আঙুঠি
কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰে প্ৰেয়সী অলকানন্দাক পিন্ধালে আঙুঠি
#shankurajkonwar...
गर्भवती महिलाओ को निशुल्क सोनोग्राफी का मिलेगा लाभ
जिले में मंगलवार को आयोजित हुए मुख्यमंत्री रोजगार उत्सव के दौरान मां वाउचर योजना का राज्यस्तरीय...
लॉन्च से पहले Kia Syros का आया एक और टीजर, दिखाई दिए रियर डिजाइन समेत एलईडी टेललाइट की डिटेल्स
Kia Syros Launch Date किआ इंडिया अपनी नई कॉम्पैक्ट एसयूवी Kia Syros को पेश करने जा रही है। उससे...
ग्राम पंचायत अधिकारी घूस लेते रंगे हाथ दबोचा गया, मामला आजमगढ़
जनपद आजमगढ़ में,ग्राम पंचायत अधिकारी घूस लेते रंगे हाथ दबोचा गया।सूत्रों के मुताबिक मृत्यु प्रमाण...