মাজুলীৰ ফুলনিত ৭৫ সংখ্যক স্বৰাজ উদযাপন সভা .
স্বৰাজ উদযাপন সমিতিৰ ফুলনি খণ্ডৰ উদ্যোগত অনুষ্ঠিত হোৱা স্বৰাজ উদযাপনৰ সভাত উপস্থিত থাকি উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দ্দন দেৱ গোস্বামীয়ে স্বৰাজোত্তৰ সময়ৰ ইতিহাস মাজুলীৰ স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগৰ ওপৰত বক্তব্য প্ৰদান কৰে ৷ সভাত আৰ এছ এছৰ কাৰ্যবাহ ত্ৰিণয়ন দত্তত লগতে সংঘ আৰু বিবিধ ক্ষেত্ৰৰ কাৰ্যকত্তা সকল উপস্থিত থাকে ৷