জনজাতিকৰণ নামত অসমৰ ছয় জনগোষ্ঠীক পুনৰ বঞ্চনা কেন্দ্ৰৰ । পাঁচখন ৰাজ্যৰ ১২ টা জনগোষ্ঠীক কেন্দ্ৰীয় চাকাৰৰ কেবিনেটে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত অসমৰ ছয় জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সন্মান নিদিয়াত সৰৱ হৈছে চাহ জনজাতি ছাত্ৰসন্থা ৷ আটছাৰ জিলা সভাপতিয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷ ৬ জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বাবে অশান্ত হ’ব অসম আৰু তাৰ বাবে দায়ী হ’ব চৰকাৰ । আনহাতে বাগিচা অঞ্চলত ৰাজনৈতিক নেতা-মন্ত্ৰীৰ প্ৰৱেশ বন্ধ কৰিব আটছাই ৷ অসমৰ নেতা মন্ত্ৰীয়ে কেন্দ্ৰৰ ওচৰত আঁঠু লৈছে এই মন্তব্য আটছাৰ গোলাঘাট জিলা সভাপতি ৰাবুল তুৰীৰ ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધેલા સોમનાથ મહાદેવને રૂપિયા 351 નિર્ણય પાછો ખેંચવામાં આવ્યો
ધેલા સોમનાથ મહાદેવને રૂપિયા 351 નિર્ણય પાછો ખેંચવામાં આવ્યો
Get Bigger Arms In 30 DAYS ! ( Home Workout )
Get Bigger Arms In 30 DAYS ! ( Home Workout )
চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ মুকলি
চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ মুকলি
চৰাইদেউ জিলা অসামৰিক...
कितने भी पुराने OPEN PORES, LARGE PORES, CLOGGED PORES हों, इस Remedy से होगा 100% इलाज़
कितने भी पुराने OPEN PORES, LARGE PORES, CLOGGED PORES हों, इस Remedy से होगा 100% इलाज़
પંજાબ વિધાનસભાના અધ્યક્ષ અને માન સરકારના બે મંત્રીઓ સહિત AAPના અનેક ધારાસભ્યો સામે બિનજામીનપાત્ર વોરંટ
પંજાબમાં ભગવંત માનની આગેવાની હેઠળની આમ આદમી પાર્ટીની સરકારની રચના બાદ એક મહત્વપૂર્ણ ઘટનાક્રમમાં...