মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ৪ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে বিভিন্ন কাৰ্যসূচীৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হয়। সেই উপলক্ষে ৪ তাৰিখে শিক্ষক আৰু ছাত্র- ছাত্ৰী সকলৰ মাজত সজাগতা সভা, ১১ তাৰিখে শোভাযাত্রা, ১২ তাৰিখে অঞ্চলটোৰ গাঁৱসমূহত জাতীয় পতাকা বিতৰণ আৰু সজাগতা, ১৩ আৰু ১৪ তাৰিখে পুৱা ৭:৩০ বজাত মহাবিদ্যালয়ত জাতীয় পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অন্যহাতে ১৫ আগষ্টৰ পুৱা মহাবিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ উপৰি স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अबब! रेड्याची किंमत ऐकून थक्क व्हाल, आहे तर तब्ब्ल दीड टन वजनाचा । Hpn Marathi News
अबब! रेड्याची किंमत ऐकून थक्क व्हाल, आहे तर तब्ब्ल दीड टन वजनाचा । Hpn Marathi News
সামান্য বৰষুণতে পানীত ডুব যায় দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়
দৰঙৰ দলগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সামান্য বৰষুনতে পানীত ডুব গৈ থাকে৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ...
ઘરફોડ ચોરીના ગુનામાં છ માસથી નાસતા ફરતા આરોપી ઝડપાયો
તારીખ 29 જૂન ડી.ડી ચૂડાસમા,પો.સબ. ઇન્સ.હરપાલસિંહ, પો.હેડ કોન્સ. રાજપાલ સિંહ, પો કોન્સ.જયપાલ...
MP Election 2023: 'कद में छोटे रहे गए लेकिन अहंकार...', सिंधिया, शिवराज और नरोत्तम मिश्रा को लेकर प्रियंका का चौतरफा हमला
MP Election 2023। मध्य प्रदेश में 17 नवंबर को चुनाव होना है। आज (बुधवार) कांग्रेस महासचिव...