মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত ৪ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে বিভিন্ন কাৰ্যসূচীৰে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰা হয়। সেই উপলক্ষে ৪ তাৰিখে শিক্ষক আৰু ছাত্র- ছাত্ৰী সকলৰ মাজত সজাগতা সভা, ১১ তাৰিখে শোভাযাত্রা, ১২ তাৰিখে অঞ্চলটোৰ গাঁৱসমূহত জাতীয় পতাকা বিতৰণ আৰু সজাগতা, ১৩ আৰু ১৪ তাৰিখে পুৱা ৭:৩০ বজাত মহাবিদ্যালয়ত জাতীয় পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অন্যহাতে ১৫ আগষ্টৰ পুৱা মহাবিদ্যালয়ত জাতীয় পতাকা উত্তোলন কৰাৰ উপৰি স্বাধীনতা দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આત્મહત્યા ને રોકવા માટે કારડીયા સમાજ મેદાનમાં આવી છે
સિહોર શહેર અને ગ્રામ્ય વિસ્તારમાં વધી રહેલી આત્મહત્યાની ઘટનાઓને લઈ લોકો ચિંતામાં છે. ત્યારે...
'গান্ধীৰ বাহিৰে কংগ্ৰেছৰ কোনো নাথাকিব': গুলাম নবী আজাদৰ প্ৰস্থানৰ পিছতে ড০ হিমন্তবিশ্ব শৰ্মাৰ তাচ্ছিল্যসূচক মন্তব্য
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি কয় যে দলটোৰ...
આંકલાવ તાલુકામાં અનાજ માફિયાઓ બન્યા બેફામ ગરીબો અનાજથી વંચિત
આંકલાવ તાલુકામાં અનાજ માફિયાઓ બેફામ
સરકારી અનાજનો ખુલ્લેઆમ કાળો કારોબાર પુરવઠા વિભાગ...
જિલ્લા ઉદ્યોગ કેન્દ્ર ગોધરાના શ્રમયોગીને નોકરીમાં પુનઃ સ્થાપિત કરવાનો મજૂર અદાલ ગોધરાનો આદેશ
પંચમહાલ જિલ્લાના ગોધરા ખાતે આવેલ જિલ્લા ઉદ્યોગ કેન્દ્ર માં તારીખ ૨/૮/૮૬ થી રોજમદાર સફાઈ કામદાર...