শিৱসাগৰ প্ৰেছ ক্লাৱত ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ সংবাদ মেল, অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত হ'ব বিশাল গণ সমাবেশ। দেওবাৰে অনুষ্ঠিত হোৱা।এই সংবাদ মেলত উপস্থিত থাকে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামূলী, আহোম গণ মঞ্চৰ মহেন্দ্ৰ দিহিঙীয়া , আহোম সেনাৰ অংকুৰন ফুকন, জাতীয় সংগ্ৰামী সেনা অসমৰ জিতু বৰুৱা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ দেৱজিত দত্ত, সঃগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সভাপতি পংকজ খাউণ্ডকে ধৰি ৩০ টা সংগঠনৰ নেতা উপস্থিত থাকে। সংগঠনৰ সংবাদ মেলৰ ৩০টা জাতীয় জনগোষ্ঠী সংগঠনৰ আন্দোলনৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা বুলি অভিযোগ তুলি বিধায়ক দেৱব্ৰত শইকীয়াক নিজৰ স্থিতি ২৪ঘণ্টাৰ ভিতৰত স্পষ্ট কৰাৰ দাৱী সংবাদ মেলত। অন্যহাতে শিৱসাগৰত অক্টোবৰ মাহৰ শেষৰ ফালে বিশাল গণ সমাবেশ হ'ব বুলিও হুংকাৰ প্ৰদান কৰে।উল্লেখনীয় যে বিধায়ক দেৱব্ৰত শইকীয়াই নিজৰ স্থিতি স্পষ্ট নকৰিলে আগন্তুক গৌৰৱ গগৈৰ সভা শিৱসাগৰ যুৱদলত অনুস্থিত কৰিবলৈ দিয়া নহ'ব বুলি সংবাদ মেলত ঘোষনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Microsoft Hires Sam Altman | Morning Business News: क्या है देश दुनिया के बाजारों का हाल?
Microsoft Hires Sam Altman | Morning Business News: क्या है देश दुनिया के बाजारों का हाल?
ৰাজ্যত আকৌ আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰ
চৰাইদেউৰ সোণাৰিত আলফা (স্বাঃ)ৰ লিংকমেনলৈ যোগেন গগৈক গুলী আৰক্ষীৰ
আজিৰ দিনটোত আৰক্ষীৰ দ্বিতীয়টো এনকাউণ্টাৰ চৰাইদেউৰ সোণাৰিত আলফা (স্বাঃ)ৰ লিংকমেনলৈ গুলী আৰক্ষীৰ...
પાલનપુરમાં આર.ટી.ઓ. ઇન્સ્પેક્ટર અને વચેટીયો લાંચ લેતાં ઝડપાયા
બનાસકાંઠા જીલ્લામાં પાલનપુર આરટીઓ અધિકારી અને તેના વચેટિયાને અમદાવાદ એસીબીએ લાંચ લેતાં રંગેહાથ...