পুনৰ মহানগৰীত সংঘটিত হৈছে এক জঘণ্য যৌন নিৰ্যাতনৰ ঘটনা। ৬০ বছৰীয়া এজন লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল এটি ৬ বছৰীয়া কন্যা শিশু। ঘটনাৰ বিৱৰণ মতে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী নামৰ ৬০ বছৰীয়া লোকজনে কন্যা শিশুটিক ছিপছ দিয়াৰ প্ৰলোভন দি যৌন নিৰ্যাতন কৰে। এই ঘটনা সংঘটিত হৈছে নাৰেংগীৰ ভূপেন্দ্ৰ নগৰত।শিশুটিৰ পিতৃ-মাতৃ কামলৈ যোৱাৰ পিছতে সংঘটিত হয় এই ঘটনা। এই সকলো দৃশ্য দেখা পাই শিশুটিৰ জ্যেষ্ঠ ভাতৃয়ে। ভগ্নিৰ ওপৰত বৃদ্ধৰ যৌন নিৰ্যাতনৰ দৃশ্য প্ৰত্যক্ষ কৰি জ্যেষ্ঠ ভাতৃয়ে চিঞৰ-বাখৰ কৰে। ইয়াৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত দ্বিজেন ৰামছিয়াৰী।সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰ্যাতিত শিশুটিৰ পিতৃ-মাতৃয়ে নুনমাটি থানাত গোচৰ ৰুজু কৰিছে। এই গোচৰৰ আধাৰতে আৰক্ষীয়ে দ্বিজেন ৰামছিয়াৰীক আটক কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા દક્ષિણ પોલીસનો દારૂ પર સપાટો
ડીસા દક્ષિણ પોલીસનો દારૂ પર સપાટો
पन्ना पुलिस द्वारा गुमे हुये कुल 28 मोबाइल कीमती करीब 03 लाख रूपये के खोजे जाकर मोबाइल स्वामियों को किये जा रहे वापस
पन्ना पुलिस द्वारा गुमे हुये कुल 28 मोबाइल कीमती करीब 03 लाख रूपये के खोजे जाकर मोबाइल स्वामियों...
AHMEDABAD મા ફરી MARATHON DAUD નું આયોજન, અન્ય વિગત માહિતી માટે જોતા રહો sms news ની update
AHMEDABAD મા ફરી MARATHON DAUD નું આયોજન, અન્ય વિગત માહિતી માટે જોતા રહો sms news ની update
‘बड़े कोयला घोटाले का आरोप’ Rahul Gandhi के निशाने पर फिर Gautam Adani और PM Modi
‘बड़े कोयला घोटाले का आरोप’ Rahul Gandhi के निशाने पर फिर Gautam Adani और PM Modi
दमदार बैटरी और कैमरा के साथ Samsung Galaxy A15 का नया वेरिएंट हुआ लॉन्च, यहां जानें फीचर्स और डिटेल्स
सैमसंग ने अपने कस्टमर्स के लिए एक नया फोन लॉन्च किया है। हालांकि ये फोन पहले ही 8GB वेरिएंट के...