সোমবাৰে শিৱসাগৰ নগৰৰ মাজমজিয়াত স্বতঃস্ফুৰ্তভাৱে ওলাই আহে হেজাৰ হেজাৰ জনতা।ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈক শাৰিৰীক ভাৱে কেইবাগৰাকী বহিৰা গত ব্যৱসায়ীয়ে প্ৰহাৰ কৰাৰ পিছতেই দোষীক শাস্তি প্ৰদান কৰাৰ দাৱীত শিৱসাগৰৰ ৰাজপথত বিশাল সমদল কৰি এই প্ৰতিবাদ সাব্যস্ত।কৰে।বহিৰাগত অনা অসমীয়াৰ বিৰুদ্ধে শিৱসাগৰত এই দৰে খিলঞ্জীয়াৰ হুংকাৰ।বিহাৰী মাৰোৱাৰী বঙালী সম্প্ৰদায়কে ধৰি বহিৰা গতৰ সংগঠন শিৱসাগৰত নিষিদ্ধ ঘোষনা।খিলঞ্জীয়া মানুহৰ মাটি বিক্ৰী কৰিব নোৱাৰিব কোনো বহিৰাগতক।কোনোবা অসমীয়াই যদি এই সিদ্ধান্ত নেমানে সেইসকলক সামাজিক ভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহন। বহিৰাগত প্ৰতিখন ব্যৱসায়ীক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ হৰ্ডিং লগোৱা আৰু অসমীয়া ভাষা কোৱাটো বাধ্যতা মুলক ।সদৌঅসম টাই আহোম ছাত্ৰ সন্থা চমুকে টাইপা, বীৰ লাচিত সেনা অসম, সংগ্ৰামী সেনা, জাতীয় সংগ্ৰামী সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অনুসূচীত জাতি ছাত্ৰ সন্থা, অসমীয়া যুৱমঞ্চ, উজনি অসম মুচলীম কল্যান পৰিষদকে ধৰি প্ৰায় ৩০ টা জাতীয় জনগোষ্ঠী সংগঠনৰ আহ্বানত এনেদৰে প্ৰতিবাদী কাৰ্য্যসূচীত জনতাৰ অংশ গ্ৰহন, তীব্ৰ প্ৰতিবাদ শিৱসাগৰ নগৰত উত্তপ্ত পৰিস্থিতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
છોટાઉદેપુર જિલ્લાના મહત્વના સમાચાર |દારૂ ઝડપી પાડ્યો, ST બસ બંધ પડતા ટ્રાફિક જામ|DAILY BODELI NEWS
છોટાઉદેપુર જિલ્લાના મહત્વના સમાચાર |દારૂ ઝડપી પાડ્યો, ST બસ બંધ પડતા ટ્રાફિક જામ|DAILY BODELI NEWS
Breaking: अंडरवर्ल्ड डॉन Dawood Ibrahim कराची के अस्पताल में भर्ती, हालत गंभीर होने की खबर |Pakistan
Breaking: अंडरवर्ल्ड डॉन Dawood Ibrahim कराची के अस्पताल में भर्ती, हालत गंभीर होने की खबर |Pakistan
৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে
ৰঙিয়াতো মঙলবাৰে বিজেপি দলৰ উদ্যোগত তথা ভাতৃ সংগঠন যুৱ মৰ্চাৰ সহযোগত বাইক ৰেলী উলিওৱা হয় ।...
સાવલી 135 વિધાનસભા મત વિસ્તારમાં કોંગ્રેસના ઉમેદવારનો ઝંઝવાતી ચૂંટણી પ્રચાર.
સાવલી 135 વિધાનસભા મત વિસ્તારમાં કોંગ્રેસના ઉમેદવારનો ઝંઝવાતી ચૂંટણી પ્રચાર.
দ'লবাগানত নিশা পথ দুৰ্ঘটনা
নাজিৰা সমষ্টিৰ অন্তৰ্গত দ'লবাগানত নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা । AS 01 JD 9260 নম্বৰৰ এখন চাউল...