ঐতিহ্যমণ্ডিত ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গুণোৎসৱ-২০২২ত (A) গ্ৰেড পাবলৈ সক্ষম হোৱাত গোলাঘাট চহৰবাসীয়ে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ শলাগ লৈছে। স্বাধীনোত্তৰ কালৰ ১৯৩২চনতে শিক্ষাবিদ জ্ঞানতপস্বী ফণীধৰ বৰদলৈ ডাঙৰীয়াই নিজৰ শ্ৰম আৰু গাঁঠিৰ ধনেৰে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনৰ আন্তঃগাথঁনিৰ অভাৱ আৰু অন্যান্য সা-সুবিধাৰ অভাৱৰ সন্মুখীন হৈ আহিও দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক লৈ বিদ্যায়তনিক দিশত যি ফলাফল প্ৰদৰ্শন কৰিছে তাৰ বাবে গোলাঘাটৰ বিদ্যতমহলে ভূয়সী প্ৰশংসা কৰিছে।
গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গুণোৎসৱত এ (A)গ্ৰেড পোৱাত গোলাঘাট বাসীৰ সন্তোষ
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_e061335638e89e3c28e5346cee48fcc2.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)