বদৰুদ্দিন আজমলেও উদযাপন কৰিলে স্বাধীনতা দিৱস।আজমল গ্ৰুপ অফ কলেজ আৰু আজমল ফাউণ্ডেচনে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বদৰুদ্দিন আজমল আৰু ৰবীন্দ্ৰনাথ টেগৰ বিশ্ববিদ্যালয়ৰ উপচাৰ্য্য অমলেন্দু চক্ৰৱৰ্তী উপস্থিত থাকে।মৰিয়ম আজমল ৱমেন কলেজ প্ৰাংগণত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত বদৰুদ্দিন আজমলৰ নেতৃত্বত একেলগে ৭৫ টা জাতীয় পতাকা উত্তোলন কৰা হয় ।ইয়াৰ পিছত আজমল গ্ৰুপ অফ কলেজৰ ছাত্ৰ ছাত্ৰীৰ অভিবাদন গ্ৰহণ কৰে বদৰুদ্দিন আজমলে।ইপিনে আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানৰ পিছতো ৰাজ্যবাসীয়ে শান্তিপূৰ্ণ বাবে দিৱসটি উদযাপন কৰাত আজমলে ৰাজ্যবাসীক জনায় ধন্যবাদ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર નગરપાલિકા દ્વારા વેરા વસુલાત માટે લાલ આંખ | SatyaNirbhay News Channel
રાધનપુર નગરપાલિકા દ્વારા વેરા વસુલાત માટે લાલ આંખ | SatyaNirbhay News Channel
Breaking News: Allu Arjun को लेकर संध्या थिएटर जा सकती है Telangana Police, करवाएगी सीन रीक्रिएट
Breaking News: Allu Arjun को लेकर संध्या थिएटर जा सकती है Telangana Police, करवाएगी सीन रीक्रिएट
રાજ્યમાં સૌ પ્રથમવાર વર્ચ્યુઅલ રિયાલિટીના માધ્યમથી સમગ્ર શક્તિપીઠના દર્શનનો લાભ લેતા માઈ ભક્તો
રાજ્યમાં સૌ પ્રથમવાર વર્ચ્યુઅલ રિયાલિટીના માધ્યમથી સમગ્ર શક્તિપીઠના દર્શનનો લાભ લેતા માઈ ભક્તો
संतापजनक! आईनेच केली २० दिवसांच्या चिमुकलीची हत्या...
आदमपूर: आपल्या वीस दिवसाच्या आजारी मुलीची आईनेच गळा आवळून हत्या केल्याची संतापजनक घटना अकोल्यातील...