াৰাজ্য খনৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ সকলো চাহবাগিছাৰ শ্ৰমিকক প্ৰতি বছৰে দূৰ্গাপূজাৰ পূৰ্বে বোনাচ দিয়াৰ পৰম্পৰা চলি আহিছে।এই পৰম্পৰাঅক্ষুন্ন ৰাখিবৰ বাবেঅসম চাহমজদুৰ সঙ্ঘই চাহবাগিছাৰ মালিক সকলৰ লগতে এবিটা এটিপিএ বিচিপি।টাইআৰু নেটালৈ দাবী জনাই পত্ৰ প্ৰেৰণ কৰিছেবুলি মৰান শাখা চাহমজদুৰ সঙ্ঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে প্ৰেছবিজ্ঞপ্তি যোগে জনাইছে। কেন্দ্ৰীয় সঙ্ঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ আৰু সম্পাদক ৰূপেশ গোৱালা ৰ স্বাক্ষৰ সম্বলিত প ত্ৰখনত উল্লেখ থকামতে বয়-বস্তুৰ মূল্য বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই দাবী জনাইছে। বোনাচ চাহ বাগিছাত সৃষ্টি হোৱা কাজিয়া মাদক দ্ৰব্য প্ৰচলন আদি কেইবাটাও গুৰুত্ব পূৰ্ণ সমস্যা সমাধানৰ কাৰণে অহা।২৪ আগষ্টত মৰানচাহ মজদুৰ সঙ্ঘৰ কাৰ্য্যালয়ত এখন জৰুৰী সভা আহ্বান কৰাহৈছে বুলি বিবৃত্তিটোত উল্লেখ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अव्यवस्थाओं के बीच सामूहिक विवाह कार्यक्रम गुनौर में हुआ संपन्न नेताजी खींचाते रहे फोटो प्रशासन करता रहा तारीफ लोग करते रहे आलोचना
शासन की मुख्यमंत्री कन्यादान जैसी महत्वपूर्ण योजना पर प्रशासन ने लगाया पलीता
...
ડભોઇ : વહેલી તકે તંત્ર દ્વારા ડ્રેનેજની સમસ્યા દૂર કરે તેવી લોક માંગ | SatyaNirbhay News Channel
ડભોઇ : વહેલી તકે તંત્ર દ્વારા ડ્રેનેજની સમસ્યા દૂર કરે તેવી લોક માંગ | SatyaNirbhay News Channel
रामपूर येथे डाक मेळावा साजरा
मानवत:-तालुक्यातील रामपुरी बु. येथे नुकताच डाक मेळावा संपन्न झाला .डाक सहाय्यक अधीक्षक यांच्या...
पश्चिम बंगाल की तशमीना को जन्मजात हार्ट की बीमारी से मिला निजात
कोटा हार्ट हॉस्पिटल में हुआ सफल ऑपरेशन
शहर के तलवंड़ी स्थित कोटा हार्ट इंस्टीट्यूट ने एक नया...
ગોધરા એલ.સી.બી.ટીમે કેવડીયા ખાતે નાકાબંધી કરીને વિદેશી શરાબનો જંગી જથ્થો ઝડપી પાડયો.!!
ગોધરા તા.
ગોધરા એલ.સી.બી. શાખાની ટીમે ૧૫'ઓગસ્ટ સ્વાતંત્ર્ય પર્વના દિને ગોધરા દાહોદ હાઈવે ઉપર...