-লামডিংত গাঞ্জা সহ গ্ৰেপ্তাৰ হৈছে আৰক্ষীৰ ইনফৰ্মাৰৰূপী গাঞ্জা সৰবৰাহকাৰী।গ্ৰেপ্তাৰ হৈছে অমল দে আৰু সঞ্জিত দে ওৰফে ধন।জব্দ তিনিখন স্কুটি। জব্দকৃত স্কুটি কেইখনৰ নম্বৰ হৈছে AS -31F-1432,AS01DS-6581 আৰু AS -02AE-1766। উল্লেখ্য যে দক্ষিন লামডিং অঞ্চলত আৰক্ষীয়ে অভিযান চলাই দুয়োকে গাঞ্জা সহ কৰিছে গ্ৰেপ্তাৰ। ধৃত গাঞ্জা সৰবৰাহকাৰী দুটাৰ পৰা উদ্ধাৰ হৈছে 17 কেজি 300 গ্ৰাম গাঞ্জা। লক্ষণীয় যে ধৃত সঞ্জিত ওৰফে ধন আছিল পূৰ্বৰ লামডিং থানাৰ অচিৰ ঘনিষ্ঠ তথা ইনফৰ্মাৰ । সেই সময়ত আৰক্ষীৰ বাহনত দেখা গৈছিল প্ৰায়েই। এই ধনেই হৈ পৰিছিল লামডিং থানাৰ উঠি ৰজা বহি ৰজা। ধনক লগ ধৰিলেই হৈছিল নোহোৱা কামবোৰো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শংকৰদেৱ বিদ্যা নিকেতন, বাহাৰঘাটৰ স্বাধীনতা দিৱস উদযাপন
নলবাৰী জিলাৰ অন্তৰ্গত শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাটত নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্ৰছাত্ৰী আৰু...
જિલ્લાના ઇતિહાસમાં સૌ પ્રથમ વખત રાજ્ય કક્ષાની યોગ સ્પર્ધા નું આયોજન કરાયું
જિલ્લાના ઇતિહાસમાં સૌ પ્રથમ વખત રાજ્ય કક્ષાની યોગ સ્પર્ધા નું આયોજન કરાયું
स्टेशन पर खड़ी मेमू ट्रेन से एक यात्री का बैग चोरी होने का मामला कार्रवाई करते हुए जीआरपी ने आरोपी को गिरफ्तार कर लिया
कोटा। कोटा रेलवे स्टेशन पर खड़ी मेमू ट्रेन से एक यात्री का बैग चोरी होने का मामला सामने आया है।...
Bahraich Wolf Attack: बहराइच में एक और हमला, भेड़िये ने पांच साल की बच्ची को किया जख्मी | Aaj Tak
Bahraich Wolf Attack: बहराइच में एक और हमला, भेड़िये ने पांच साल की बच्ची को किया जख्मी | Aaj Tak
16GB तक रैम के साथ हो सकती है POCO X6 Pro की एंट्री, जल्द हो रहा भारत में लॉन्च
POCO X6 Pro पोको अपने ग्राहकों के लिए बहुत जल्द POCO X6 Pro स्मार्टफोन को लॉन्च करने जा रहा है।...