ওদালগুৰিত ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো অতি উলহ মালহৰে পালন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। এই উপলক্ষে ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্ত পেৰেড গ্ৰাউণ্ডত কেন্দ্ৰীয়ভাবে আয়োজন কৰা স্বাধীনতা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় জাতীয় পতকা উত্তোলন কৰে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে। স্বাধীনতা দিৱসৰ এই বৰ্ণাঢ্য কাৰ্যসূচীত আৰক্ষীৰ লগতে ওদালগুৰিৰ ২২খন বিদ্যালয়ত ছত্ৰ-ছাত্ৰীয়ে মাৰ্চ পাৰ্চত অংশগ্ৰহণ কৰি মুখ্য অতিথিক অভিবাদন জ্ঞাপন কৰে। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিভিন্ন বিভাগৰ উদ্যোগত প্ৰতীক পট প্ৰদৰ্শনৰ লগতে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি অসমবাসী সকলৰ লগতে মৰাণ স্থিত J..D. Health Care Centre(ভিগেন ইণ্ডিয়াত )বিশ্ব কৰ্মা পূজা অনুস্থিত হয়
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অৱস্থিত...
ડીસાની સરસ્વતી વિદ્યાસંકુલમાં બાળ મેળા યોજાયો
ડીસાની સરસ્વતી વિદ્યાસંકુલ ખાતે પ્રાથમિક વિભાગમાં ભણતરની સાથે જીવન ઘડતરના પાઠ શિકવડવામાં આવે છે....
સિહોર શહેરમાં પણ ત્રિરંગા યાત્રા ફરી હતી
રાષ્ટ્ર ભાવનાથી રંગાયો ભાવનગર જિલ્લો વિવિધ સ્થળોએ તિરંગા યાત્રા યોજાઇ આઝાદીના 75 વર્ષની ઉજવણી...
अंबेडकर भवन में बुद्ध जयंती पर कार्यक्रम का हुया आयोजन
भगवान बुद्ध के जीवन और डाला गया प्रकाश
अजयगढ:-अजयगढ के स्थानीय अंबेडकर भवन में बुद्ध पूर्णिमा के अवसर पर भीम भारती सेवा संघ के द्वारा एक...
इन्फोसिस स्प्रिंगबोर्ड या उपक्रमांतर्गत शिक्षक आणि विद्यार्थी यांनी नोंदणी करण्याचे गोंडवाना विद्यापीठाचे आवाहन
इन्फोसिस स्प्रिंगबोर्ड या उपक्रमांतर्गत शिक्षक आणि विद्यार्थी यांनी नोंदणी करण्याचे गोंडवाना...