কামৰূপ দৰঙৰ উমৈহতীয়া অনুষ্ঠান বৃহত্তম দুমুনিচকী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ২১ তম বাৰ্ষিক অধিৱেশনখনি আজি দিনৰ ১২ বজাত অনুষ্ঠিত হৈ যায় ৷ বৃহত্তম দুমুনিচকী জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ ২১ তম বাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ চৈয়দ আলী আৰু সম্পাদক আফতাৰ হুছেইনে অৱগত কৰামতে, দুমুনিচকীস্থ বৰনৈ মহাবিদ্যালয়ত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত সভাপতিত্ব কৰে কিৰণ চন্দ্ৰ কাকতিয়ে ৷ মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি,শিক্ষাবিদ বলবাহাদুৰ ছেত্ৰী ৷ নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে দৰং জিলা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্যকৰী সম্পাদক অতুল বৰুৱা আৰু সাধাৰণ সম্পাদক হৰিচন্দ্ৰ শৰ্মা ৷ বৃহত্তৰ দুমুনিচকী জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক বয়তুল্লা আহমেদে উদ্দেশ্য বাখ্যা কৰা মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাবে অঞ্চলটোৰ কেইবাগৰাকীও সন্মানীয় জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে ৷ মুকলি সভাৰ পূৰ্বে আলহাজ আজিজৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত বিষয় বাচনি সভাত ভৈৰৱ চৌধুৰীক সভাপতি, আব্দুল মতিনক কাৰ্যকৰী সভাপতি ,বলোৰাম বৰুৱা, মহেশ্বৰ ডেকা আৰু আক্ৰাম হুছেইনক উপ সভাপতি আৰু বৈয়তুল্লা আহমেদক সম্পাদক হিচাবে লৈ বৃহত্তৰ দুমুনিচকী জ্যেষ্ঠ নাগৰিক সন্থাৰ নতুন সমিতিখন গঠন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election: Raebareli में Rahul-Akhilesh के लगे पोस्टर, बोले लोग-राहुल को मिलना चाहिए मौका
Lok Sabha Election: Raebareli में Rahul-Akhilesh के लगे पोस्टर, बोले लोग-राहुल को मिलना चाहिए मौका
Election Results: SP नेता Udayveer Singh का बड़ा बयान कहा 'BJP हल्के करवा रही काउंटिंग' | Aaj Tak
Election Results: SP नेता Udayveer Singh का बड़ा बयान कहा 'BJP हल्के करवा रही काउंटिंग' | Aaj Tak
মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পথৰ আধাৰশিলা স্থাপন
যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ কুৰ্মীচুকত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পথৰ আধাৰশিলা স্থাপন ৷ ১০ মাৰ্চত...
ব্যক্তিগত কৰণ হ'ব সকলো ফেৰী ঘাট
ব্যক্তিগত কৰণ হব সকলো ফেৰী ঘাট ।
BR Ambedkar की मूर्ति लगाने को लेकर हुआ विवाद, Dalit युवक की गोली लगने से मौत
BR Ambedkar की मूर्ति लगाने को लेकर हुआ विवाद, Dalit युवक की गोली लगने से मौत