সোণাৰিৰ সমীপৰ মাইবেলাত এজন ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত আজি পুৱা উদ্ধাৰ হোৱা নাহৰফুটুকী বাঘৰ মৃতদেহটো বন বিভাগে উদ্ধাৰ কৰি আনি মৰণোত্তৰ পৰীক্ষা কৰোৱায়। সোণাৰি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত বন বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত বাঘটোৰ মৃতদেহটোৰ বিভাগীয় নীতি নিয়ম অনুসৰি অন্তেষ্ঠীক্ৰিয়া সম্পন্ন কৰা হয়। অৱশ্যে বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চত কৰিব পৰা হোৱা নাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নগৰত সংগ্ৰামী সেনা অসমৰ যোগদান কাৰ্য্যসূচী, প্ৰায় অৰ্ধশতাধিক যুৱকৰ যোগদান জাতীয় সংগঠনটোত
শুকুৰবাৰে অনুষ্ঠিত এই যোগদান কাৰ্য্যসূচীত প্ৰায় অৰ্ধশতাধিক যুৱকৰ যোগদান এই জাতীয় সংগঠনটোত। সং...
দেৰগাঁৱৰ খনিকৰ পুথি নামঘৰ
পৱিত্ৰ ভাদ আৰম্ভ। ৰাজ্যৰ বিভিন্নপ্ৰান্তৰ সত্ৰ-নামঘৰসমূহৰ লগতে দেৰগাঁৱৰ মিছামৰাৰ মহিমামণ্ডিত...
रिटायर्ड जज की अध्यक्षता में हो हाथरस हादसे की जांच', CJI को भेजी गई सुप्रीम कोर्ट में दायर याचिका
उत्तर प्रदेश के हाथरस में सत्संग के दौरान मची भगदड़ का मामला सुप्रीम कोर्ट पहुंच गया है. शीर्ष...
પાલીતાણા તળેટી ખાતે પ્રદર્શન ગોઠવવામાં આવ્યું
પાલીતાણા તળેટી ખાતે પ્રદર્શન ગોઠવવામાં આવ્યું