মৰাণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দিনৰ১২ মান বজাত এক ভয়াবহ দূৰ্ঘটনা সঃ সংঘটিত হয়। খোৱাং আৰু নতুন নগৰৰ মাজত ৰাষ্ট্ৰীয়।ঘাইপথতএই দূৰ্ঘটনা সংঘটিত হয় প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা গ্ৰস্ত গাড়ী দুখন ক্ৰমে এখন ডাষ্টাৰ গাড়ী আৰু আনখন।ইয়ন আছিল। ডাষ্টাৰ খন শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে আৰু ইয়নখন ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে গৈথকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়।এই মুখামুখি সংঘৰ্ষত দুয়োখন গাড়ী ক্ষতিগ্ৰস্ত হয়। ঘটনা স্থলীত ডিব্ৰুগড় থানাৰ পুলিচ উপস্থিত হৈ ঘটনাৰ বুজ লয়। পুলিচে গাড়ী দুখন নিজৰ জিম্মাত লয়। গাড়ীৰ আৰোহীৰ কোনো ধৰণৰ আঘাটপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
फरकंडा येथील शेतकऱ्यांचे मावेजासाठी मुख्यमंत्र्यांना साकडे
फरकंडा येथील शेतकऱ्यांचे मावेजासाठी मुख्यमंत्र्यांना साकडे
Share Market Big Trading Tips |Lower Level पर नजर आ रही है Buying?India Vix की दौड़ का होगा बुरा असर?
Share Market Big Trading Tips |Lower Level पर नजर आ रही है Buying?India Vix की दौड़ का होगा बुरा असर?
પોઇચા નર્મદા નદીમાં ડૂબેલા વડોદરા નાં યુવાનનો મૃતદેહ બીજા દિવસે ઘટના સ્થળે થી જ મળ્યો
પોઇચા નર્મદા નદીમાં ડૂબેલા વડોદરા નાં યુવાનનો મૃતદેહ બીજા દિવસે ઘટના સ્થળે થી જ મળ્યો રાજપીપળા...
Seema Haider News: बंद कमरे में सीमा-सचिन बना रहे थे फरारी का प्लान ? Pakistan News | Noida News
Seema Haider News: बंद कमरे में सीमा-सचिन बना रहे थे फरारी का प्लान ? Pakistan News | Noida News