মৰাণৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে দিনৰ১২ মান বজাত এক ভয়াবহ দূৰ্ঘটনা সঃ সংঘটিত হয়। খোৱাং আৰু নতুন নগৰৰ মাজত ৰাষ্ট্ৰীয়।ঘাইপথতএই দূৰ্ঘটনা সংঘটিত হয় প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা গ্ৰস্ত গাড়ী দুখন ক্ৰমে এখন ডাষ্টাৰ গাড়ী আৰু আনখন।ইয়ন আছিল। ডাষ্টাৰ খন শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে আৰু ইয়নখন ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ অভিমুখে গৈথকা অৱস্থাত মুখামুখি সংঘৰ্ষ হয়।এই মুখামুখি সংঘৰ্ষত দুয়োখন গাড়ী ক্ষতিগ্ৰস্ত হয়। ঘটনা স্থলীত ডিব্ৰুগড় থানাৰ পুলিচ উপস্থিত হৈ ঘটনাৰ বুজ লয়। পুলিচে গাড়ী দুখন নিজৰ জিম্মাত লয়। গাড়ীৰ আৰোহীৰ কোনো ধৰণৰ আঘাটপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર : મલાણા ગામે તળાવમાં પાણી નાખવાની જાહેરાતથી ખેડૂતોમાં ખુશી
પાલનપુર : મલાણા ગામે તળાવમાં પાણી નાખવાની જાહેરાતથી ખેડૂતોમાં ખુશી
દેશને આજે સ્વદેશી વિક્રાંત મળશે, અંગ્રેજોના જમાનાની નેવીની નિશાની બદલાશે
ભારતીય નૌકાદળ માટે શુક્રવારનો દિવસ મહત્વનો રહેશે. તે પ્રથમ સ્વદેશી વિમાનવાહક જહાજ INS વિક્રાંત...
ઘોઘાના કુંભારવાડા ખાતે ઓલિયાપીરના સાનિધ્યમાં યોજાયો ભવ્ય લોકડાયરો,કલાકારોએ બોલાવી રમઝટ
ઘોઘાના કુંભારવાડા ખાતે ઓલિયાપીરના સાનિધ્યમાં યોજાયો ભવ્ય લોકડાયરો,કલાકારોએ બોલાવી રમઝટ
অল আসাম মিৰি হায়াৰ চেকেণ্ডাৰী স্কুলৰ ৮৩ তম বাৰ্ষিক অধিবেশন ও যুৱ মহোৎসৱৰ সফল সামৰণি
বুৰঞ্জীয়ে পৰশা ইতিহাসৰ দলিল খেৰকটামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান তথা সমগ্ৰ মিচিং সমাজৰ উপৰিও...
પાલીતાણા ઝવેરચંદ મેઘાણીનોરંગ લાગ્યો રણછોડભાઈ મારુ ને જુઓ વિશેષ અહેવાલ
પાલીતાણા ઝવેરચંદ મેઘાણીનોરંગ લાગ્યો રણછોડભાઈ મારુ ને જુઓ વિશેષ અહેવાલ