ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে দেশত উদযাপন হ'ব আজাদী কা অমৃত মহোৎসৱ ৷ চৰকাৰৰ আহ্বান মৰ্মে দেশৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো পালন কৰা হ'ব হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৷ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক আৰু জিলা সমিতিৰ নিৰ্দেশ অনুসৰি বিজেপি লেঙেৰী মণ্ডল সমিতিৰ উদ্যোগত উলিওৱা হয় ঔফলীয়া পঞ্চায়তত প্ৰভাত ৰেলি । এই প্ৰভাত ৰেলীৰ কাৰ্যসূচীত মণ্ডল সমিতিৰ সভাপতি প্ৰদ্যুত দত্ত, সাধাৰণ সম্পাদক খেমন গগৈ, জিলা পৰিষদৰ সদস্য চন্দন চকুচাৰো দেউৰী,সদস্যা গীতা সৰপালৰ লগতে দলৰ বহু বিষয়ববীয়ে অংশগ্ৰহণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
माळशिरस तालुक्यातील श्रीपुर या ठिकाणी भारतीय जनता पार्टी शाखा माळशिरस यांच्यावतीने सेवा पंधरवडा
माळशिरस तालुक्यातील श्रीपुर या ठिकाणी भारतीय जनता पार्टी शाखा माळशिरस यांच्यावतीने सेवा पंधरवडा...
তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিচাত চাহ মজদুৰ সংঘৰ লিম্বুগুৰি শাখা সমিতিৰ প্ৰতিবাদ ।
শুক্ৰবাৰে পুৱাই তিনিচুকীয়াৰ লিম্বুগুৰি চাহ বাগিচাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ মজদুৰ সংঘৰ...
पोकरण विधायक प्रतापपुरी जी ने संस्कृत भाषा में शपथ ग्रहण की
पोकरण विधायक प्रतापपुरी जी ने संस्कृत भाषा में शपथ ग्रहण की
वडजी येथे विद्युत तारा लोबंकळ्याने गावकरी अडचणीत
वडजी येथे विद्युत तारा लोबंकळ्याने गावकरी अडचणीत
पाचोड (विजय चिडे)पैठण तालुक्यातील वडजी...