শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদ মেলত তীব্ৰ সমোলোচনা বিধায়ক গগৈৰ।বানমুক্ত অসম গঢ়াৰ বিজেপিৰ যি প্ৰতিশ্ৰুতি দিছিল সেইয়া সম্পৃৰ্ণৰূপে ব্যৰ্থ বুলি অভিযোগ দাঙি ধৰে।বৰ্তমান সময়লৈকে প্ৰাকৃতিক দুৰ্যোগত প্ৰায় ৩৫ গৰাকী ব্যক্তি ৰাজ্যখনত মৃত্যুমুখত পৰিছে। বিধায়ক।গৰাকীয়ে কয় যে , জেঠমাহৰ প্ৰথমটো বানপানীত ৮/৯ জন মানুহৰ মৃত্যু ঘটিছে।আহাৰ মাহৰ বানপানীত আৰু অন্যান্য প্ৰাকৃতিক কাৰণতঅসমত এতিয়ালৈকে ৩৫জন মানুহৰ মৃত্যুহৈছে।অথচ বানপানীমুক্ত অসম।গঢ়াটোৱেই বিজেপিৰ অসমৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। অসমৰ বানপানী সম্পৰ্কে নুন্যতম জ্ঞান যে নাই এইকথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ মন্তব্যত প্ৰকাশ পাইছে।অসমৰ সকলো সম্পদযেনে তেল , কয়লা চূণশিল আদি সকলো কেন্দ্ৰীয় চৰকাৰৰ।এতিয়া নদীবান্ধৰ জৰিয়তে নদীৰ বিজুলী আদিও কেন্দ্ৰীয় চৰকাৰে কাঢ়ি নিছে।কিন্তু অসমৰ প্ৰধান সমস্যাবানপানী , গড়া খহনীয়াৰ প্ৰতি অকণো কানসাৰ নাই। বুলি তীব্ৰ।সমালোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bihar BPSC Protest: पटना में BPSC छात्रों पर लाठीचार्ज, Prashant Kishore पर FIR, कहां हो गए थे गायब?
Bihar BPSC Protest: पटना में BPSC छात्रों पर लाठीचार्ज, Prashant Kishore पर FIR, कहां हो गए थे गायब?
#girsomnath | ગીર સોમનાથમાં કલા મહાકુંભ ૨૦૨૨-૨૩નો પ્રારંભ | Divyang News
#girsomnath | ગીર સોમનાથમાં કલા મહાકુંભ ૨૦૨૨-૨૩નો પ્રારંભ | Divyang News
विनेश फोगाट ने संन्यास वापसी के संकेत दिए:बोलीं- रेसलिंग छोड़ने पर अभी कुछ नहीं कह सकती
विनेश फोगाट ने रेसलिंग से संन्यास वापसी के संकेत दिए हैं। पैतृक गांव बलाली पहुंचने पर विनेश ने...