শিৱসাগৰত বিধায়ক অখিল গগৈৰ সংবাদ মেলত তীব্ৰ সমোলোচনা বিধায়ক গগৈৰ।বানমুক্ত অসম গঢ়াৰ বিজেপিৰ যি প্ৰতিশ্ৰুতি দিছিল সেইয়া সম্পৃৰ্ণৰূপে ব্যৰ্থ বুলি অভিযোগ দাঙি ধৰে।বৰ্তমান সময়লৈকে প্ৰাকৃতিক দুৰ্যোগত প্ৰায় ৩৫ গৰাকী ব্যক্তি ৰাজ্যখনত মৃত্যুমুখত পৰিছে। বিধায়ক।গৰাকীয়ে কয় যে , জেঠমাহৰ প্ৰথমটো বানপানীত ৮/৯ জন মানুহৰ মৃত্যু ঘটিছে।আহাৰ মাহৰ বানপানীত আৰু অন্যান্য প্ৰাকৃতিক কাৰণতঅসমত এতিয়ালৈকে ৩৫জন মানুহৰ মৃত্যুহৈছে।অথচ বানপানীমুক্ত অসম।গঢ়াটোৱেই বিজেপিৰ অসমৰ প্ৰতি আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি। অসমৰ বানপানী সম্পৰ্কে নুন্যতম জ্ঞান যে নাই এইকথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ মন্তব্যত প্ৰকাশ পাইছে।অসমৰ সকলো সম্পদযেনে তেল , কয়লা চূণশিল আদি সকলো কেন্দ্ৰীয় চৰকাৰৰ।এতিয়া নদীবান্ধৰ জৰিয়তে নদীৰ বিজুলী আদিও কেন্দ্ৰীয় চৰকাৰে কাঢ়ি নিছে।কিন্তু অসমৰ প্ৰধান সমস্যাবানপানী , গড়া খহনীয়াৰ প্ৰতি অকণো কানসাৰ নাই। বুলি তীব্ৰ।সমালোচনা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
व्यक्तिगत लाभ योजना के तहत अधिकाधिक संख्या में कराएं कैटल शेड का निर्माण - जिला कलक्टर
जिला कलक्टर अक्षय गोदारा ने बुधवार को बरूंधन व बल्लोप गांवों का दौरा कर मनरेगा योजना के तहत...
આંગણવાડી કાર્યકરો ગાંધીનગર પડતર પ્રશ્નો બાબતે રજુઆત કરવા પહોંચેએ પહેલાં આંગણવાડી કાર્યકરોની અટકાયત
આંગણવાડી કાર્યકરો ગાંધીનગર પડતર પ્રશ્નો બાબતે રજુઆત કરવા પહોંચેએ પહેલાં આંગણવાડી કાર્યકરોની અટકાયત
ধুহি নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত আয়োজিত ফুটচাল প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ সামৰণি
ৰঙিয়া মহকুমাৰ ধুহি নিউ ষ্টাৰ ক্লাৱৰ উদ্যোগত আয়োজিত ফুটচাল প্ৰাইজমাণী ফুটবল প্ৰতিযোগিতাৰ কালি নিশা...
જાફરાબાદ કોસ્ટલ બેલ્ટના ગામડાઓમાં ગણપતિ વિસર્જન થયું
જાફરાબાદ કોસ્ટલ બેલ્ટના ગામડાઓમાં ગણપતિ વિસર્જન થયું