শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত অসম এমেচাৰ আৰ্ম ৰেচলিং সন্থাৰ তত্ত্বাৱধানত সদৌ অসম ভিত্তিত পাঞ্জা প্ৰতিযোগিতা।অনুষ্ঠিত হয়।

দেওবাৰে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত বিয়লি তিনি বজালৈকে দুই শতাধিক খেলুৱৈৰ নাম পঞ্জীয়ন হয়।বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগিতাত অনুষ্ঠিত হোৱাএই অনুষ্ঠানত ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখ যোগ্য যে শিৱসাগৰ , যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীক আদি কৰি প্ৰায় জিলাৰ পৰা খেলুৱৈয়ে অংশ গ্ৰহন কৰে এই প্ৰাইজমানী প্ৰতিযোগিতা তশিৱসাগৰ নগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত অসম এমেচাৰ আৰ্মৰেচলিং সন্থাৰ তত্বাৱধানত সদৌ অসম ভিত্তিত পাঞ্জা।প্ৰতিযোগিতা।