নাম গৌতম ডেকা । ঘৰ মঙ্গলদৈৰ কলিতাপাৰাত । ইংৰাজী ২০১২ চনত photography আৰম্ভ কৰিছিল যদিওঁ astrophotography কৰা আৰম্ভ কৰে ২০১৩ চনৰ পৰা । Indian Space Research Organizationৰ দ্বাৰা যোৱা ২০ জুলাই তাৰিখে International Moon Day উপলক্ষে অনুষ্ঠিত হোৱা "Moonshots" শীৰ্ষক photography প্ৰতিযোগিতাত Gautam ডেকাই অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতা খনত গুৰু পূৰ্ণিমাৰ ৰাতি লোৱা জোনৰ ফটো এখন আপলোড কৰিছিল আৰু ফটো খন লোৱাৰ স্থান মঙ্গলদৈৰ চেৰেং চাপৰি আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત મહાનગર પાલિકા દ્વારા પર્યાવરણ જાગૃતતા સઁદર્ભે સિંગલ યુજ પ્લાસ્ટિક અભિયાન હાથ ધરાયું.
સુરત મહાનગર પાલિકા દ્વારા પર્યાવરણ જાગૃતતા સઁદર્ભે સિંગલ યુજ પ્લાસ્ટિક અભિયાન હાથ ધરાયું.
સુરત...
बस को ओवर टेक करने पर हुआ सड़क हादसा, दो की मौत, चार घायल
बस को ओवर टेक करने पर हुआ सड़क हादसा, दो की मौत, चार घायल
गुरुवार को भोपाल महा...
જામ ખંભાળિયા ખાતે ૨૫ જુલાઇના હાઇટ હન્ટનું આયોજન
સ્પોર્ટસ ઓથોરીટી ઓફ ગુજરત, ગાંધીનગર દ્દારા સંચાલીત ડી.એલ.એસ.એસ. અને બાસ્કેટબોલ એકેડમીમાં...