নাম গৌতম ডেকা । ঘৰ মঙ্গলদৈৰ কলিতাপাৰাত । ইংৰাজী ২০১২ চনত photography আৰম্ভ কৰিছিল যদিওঁ astrophotography কৰা আৰম্ভ কৰে ২০১৩ চনৰ পৰা । Indian Space Research Organizationৰ দ্বাৰা যোৱা ২০ জুলাই তাৰিখে International Moon Day উপলক্ষে অনুষ্ঠিত হোৱা "Moonshots" শীৰ্ষক photography প্ৰতিযোগিতাত Gautam ডেকাই অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতা খনত গুৰু পূৰ্ণিমাৰ ৰাতি লোৱা জোনৰ ফটো এখন আপলোড কৰিছিল আৰু ফটো খন লোৱাৰ স্থান মঙ্গলদৈৰ চেৰেং চাপৰি আছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में बिना किसी सुरक्षा इंतजामों के संचालित किए जा रहे रूफटॉप रेस्टोरेंट पर निगम टीमों ने कार्रवाई
कोटा में बिना किसी सुरक्षा इंतजामों के संचालित
किए जा रहे रूफटॉप रेस्टोरेंट पर निगम टीमों...
मारू कुमावत समाज कम्युनिटी हॉल ओढव अहमदाबाद निर्माण एक मुलाकात
मारू कुमावत समाज कम्युनिटी हॉल ओढव अहमदाबाद निर्माण एक मुलाकात
વડોદરામાં પૂર કેમ આવ્યું કાંસો ,તળાવો બંધ કર્યા અને બ્યુટીફીકેશનના નામે કરોડોનું કૌભાંડ | UTC NEWS
વડોદરામાં પૂર કેમ આવ્યું કાંસો ,તળાવો બંધ કર્યા અને બ્યુટીફીકેશનના નામે કરોડોનું કૌભાંડ | UTC NEWS
सर्वसामान्य जनतेच्या अपेक्षा राज्य सरकार पूर्ण करणार - मुख्यमंत्री एकनाथ शिंदे
औरंगाबाद दि १२ (विमाका) - राज्यातील सरकार सर्वसामान्य जनतेचे असून त्यांच्या अपेक्षा पूर्ण...
সোণাৰিত খেলপথাৰৰ পৰা হেলিপেড উঠাই নিনিয়াত সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
সোণাৰিত খেলপথাৰৰ পৰা হেলিপেড উঠাই নিনিয়াত সৰৱ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ