
ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী "আজাদী কা অমৃত মহোৎসৱ" সমগ্ৰ দেশতে উদযাপন হৈ থকাৰ সময়ত শিক্ষয়িত্ৰী ,লেখিকা, পৰিবেশ কৰ্মী গিৰিমল্লিকা শইকীয়াই বনগাঁও চ'লা হাইস্কুলৰ লগতে কাষৰীয়া বিদ্যালয় সমূহৰ কণ কণ ছাত্ৰছাত্ৰী সকলক লৈ Digital মাধ্যমত" আগবঢ়াই দিছে এখন চুটি শিশু নাটক "অকণিৰ স্বাধীনতাৰ অমৃত মহোৎসৱ"৷ স্বাধীনতাৰ শুভবাৰ্তা, স্বাধীনতা সংগ্ৰামী সকলৰ ত্যাগ আৰু নৱপ্ৰজন্মৰ কৰ্তব্য এই তিনিটা দিশত গুৰুত্ব আৰোপ কৰি অভিনয় হোৱা শিশু নাটকখনিৰ ৰছনা আৰু পৰিচালনা গিৰিমল্লিকা শইকীয়াৰ৷নাটকখনত স্বাধীনতা দিৱসৰ প্ৰতি সজাগতা অনাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ চৰাই চিৰিকটি আদি সকলোৱে যে স্বাধীন হৈ থাকি ভাল পায় তেনে এক প্ৰকৃতি প্ৰেমৰ বাৰ্তাও দিব বিচাৰিছে কণ কণ শিশু সকলে। বনগাওঁ চ'লা হাইস্কুল আৰু মধ্য গাড়ীগাওঁ প্ৰাৰ্থমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এনেদৰে অভিনয়ৰ মাধ্যমেৰে বাৰ্তা দিবলৈ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধান শিক্ষক দিলীপ ফুকন আৰু সহকাৰী প্ৰধান শিক্ষক অমূল্য তামুলীয়ে তেওঁলোকক শুভেচ্ছা জনাইছে।এই শিশু নাটকখনে স্বাধীনতাৰ অমৃত মহোৎসৱ অভিনৱ ভাৱে উদযাপন কৰি ব্যতিক্ৰমী চিন্তাৰ পৰিচয় দিয়াৰ লগতে সমাজলৈও শুভবাৰ্তা প্ৰেৰণ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Russia America Tensions: रूसी अरबपति की सुपरयॉट का भविष्य क्या होगा? (BBC Hindi)
Russia America Tensions: रूसी अरबपति की सुपरयॉट का भविष्य क्या होगा? (BBC Hindi)
રાજુલા: મહિલા કોંલેજ ખાતે "એન.એસ.એસ ડે" ની ઉજવણી કરવામાં આવી
રાજુલા શહેરમાં આવેલ શ્રીમતી એચ..બી. સંધવી મહિલા આર્ટસ કોમર્સ કોલેજમાં એન.એસ.એસ. ડે ની ઉજવણી કરાઈ...
Congress makes DK Shivakumar ‘deputy+6 portfolios’ offer. Siddaramaiah to be Karnataka CM?
DK Shivakumar has been offered the Karnataka deputy chief minister post along with six...