যোৰহাট নগৰৰ এটা এ টি এম ৰ সন্মুখৰ পদ পথত এগৰাকী অচিনাকি অচেতন যুৱতী উদ্ধাৰ হয়। পিঠিত এটা বেগ, কাগ' পেন্ট আৰু স্পৰ্টিং পৰিধান কৰা যুৱতী গৰাকীক স্থানীয় এজন ব্যৱসায়ীযে দিনৰ পৰাই ঘূৰি ফুৰা দেখিছিল বুলি কয়। সন্ধ্যা ম'বাইলত কাৰোবাৰ সৈতে কথাও পাতি আছিল যুৱতী গৰাকীয়ে। কি পৰিস্থিতিত যুৱতী গৰাকী এনেদৰে অচেতন হৈ পৰি আছিল সেয়া জানিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত আৰক্ষী আহি এম্বুলেন্স যোগে মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સ્વ.બારોટ બિરજુ 420 ની પ્રથમ વાર્ષિક પુણ્ય તિથિએ ભાવપૂર્ણ શ્રદ્ધાંજલિ અને પાણી પરબ ખુલ્લી મુકાઇ
સ્વ.બારોટ બિરજુ 420 ની પ્રથમ વાર્ષિક પુણ્ય તિથિએ ભાવપૂર્ણ શ્રદ્ધાંજલિ અને પાણી પરબ ખુલ્લી મુકાઇ
ધારી શહેર અને તાલુકાના ગામડાઓમાં વાદળછાયું વાતાવરણ, વરસાદ ની સંભાવના
ધારી શહેર અને તાલુકાના ગામડાઓમાં વાદળછાયું વાતાવરણ, વરસાદ ની સંભાવના
দৰঙৰ ওজাপালিক শাস্ত্ৰীয় সংগীত হিচাপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে খটৰা সত্ৰত ওজাপালি সন্মিলন
দৰঙৰ ওজাপালিক শাস্ত্ৰীয় সংগীত হিচাপে প্ৰতিষ্ঠাৰ লক্ষ্যৰে খটৰা সত্ৰত ওজাপালি সন্মিলন
नवभारत अभियान लाक्षवेधी उपोषण .
नवभारत अभियान लाक्षवेधी उपोषण .
JDU Meeting Updates: Lalan Singh के इस्तीफे पर बोले Nitish Kumar, मैंने उन्हें समझाया, नहीं माने
JDU Meeting Updates: Lalan Singh के इस्तीफे पर बोले Nitish Kumar, मैंने उन्हें समझाया, नहीं माने