মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যচৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে খুমটাই গাওঁপঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাৰ উপস্থিতিত খুমটাই গাওঁপঞ্চায়তৰ অন্তৰ্গত ২ নং খুমটাই বামলাইন মধ্য ইংৰাজী বিদ্যালয়ৰ এটা গৃহ উদ্বোধন কৰে। আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ ১ম কৃষ্টিৰ প্ৰায় ছয় লাখ আশী হাজাৰ টকাৰে নিৰ্মিত বিদ্যালয় গৃহ উদ্বোধন কৰে। লগতে সমূহ ৰাইজক ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Vidhan Sabha LIVE: Eknath Shinde, Aaditya Thackeray यांच्या पोस्टरवरून झालेल्या राड्यावर Ajit Pawar
Vidhan Sabha LIVE: Eknath Shinde, Aaditya Thackeray यांच्या पोस्टरवरून झालेल्या राड्यावर Ajit Pawar
Bihar Teachers: नदी को पार कर, जान जोखिम में डाल रोज़ स्कूल जाते हैं ये शिक्षक (BBC Hindi)
Bihar Teachers: नदी को पार कर, जान जोखिम में डाल रोज़ स्कूल जाते हैं ये शिक्षक (BBC Hindi)
৮ আৰু ৯ চেপ্তেম্বৰত ৰাজগড় আঞ্চলিক ছাত্র সন্থাৰ বিংশতিতম্ সাধাৰণ অধিৱেশন
সদৌ অসম ছাত্র সন্থাৰ ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনখনি ৮ আৰু ৯ চেপ্তেম্বৰত...
કોબડી ટોલ નાકા પર મારામારી ના સીસીટીવી વાયરલ થયા.
કોબડી ટોલ નાકા પર મારામારી ના સીસીટીવી વાયરલ થયા.