মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যচৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে খুমটাই গাওঁপঞ্চায়তৰ সভানেত্ৰী পূৰ্ণিমা শৰ্মাৰ উপস্থিতিত খুমটাই গাওঁপঞ্চায়তৰ অন্তৰ্গত ২ নং খুমটাই বামলাইন মধ্য ইংৰাজী বিদ্যালয়ৰ এটা গৃহ উদ্বোধন কৰে। আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ ১ম কৃষ্টিৰ প্ৰায় ছয় লাখ আশী হাজাৰ টকাৰে নিৰ্মিত বিদ্যালয় গৃহ উদ্বোধন কৰে। লগতে সমূহ ৰাইজক ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গহপুৰ তেলৰচুঙাৰ এটি পৰিয়ালৰ কৰুণ কাহিনী...
🔴গহপুৰ তেলৰচুঙাৰ এটি পৰিয়ালৰ কৰুণ কাহিনী...পখিলা খেদা বয়সত জটিল ৰোগত আক্ৰান্ত এটি...
દાંતીવાડા ડેમનો ફુલ ચિક્કાર ભરેલો આકાશી રમણીય ડ્રોન વિડિયો.
દાંતીવાડા ડેમનો ફુલ ચિક્કાર ભરેલો આકાશી રમણીય ડ્રોન વિડિયો.
કાંકરેજના ડુગરાસણમાં વૃદ્ધાની કરાઈ હત્યા..
કાંકરેજના ડુગરાસણમાં વૃદ્ધાની કરાઈ હત્યા..
રાધનપુર : પોલીસ દ્વારા મોટર સાયકલોમાં બેરેક લગાવવાની કામગીરી હાથ ધરાઈ | SatyaNirbhay News Channel
રાધનપુર: પોલીસ દ્વારા મોટર સાયકલોમાં બેરેક લગાવવાની કામગીરી હાથ ધરાઈ | SatyaNirbhay News Channel