ৰঙিয়া মহকুমাৰ বৃহত্তৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত অন্বেষণ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু পশ্চিম বড়িগোগ দৌলপুখুৰীপাৰ হাইস্কুলৰ সহযোগত আজি শিশু দিৱস উদযাপন কৰে৷তদুপলক্ষে ছাত্ৰছাত্ৰীৰ মাজত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷প্ৰায় ডেৰশতাধিক ছাত্ৰছাত্ৰীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷উক্ত কাৰ্য্যসূচী পৰিচালনাত হাইস্কুল খনৰ প্ৰধানশিক্ষক আব্দুল মোন্নাফ,সহঃশিক্ষক ক্ৰমে ভবেশ কলিতা,দীপক কুমাৰ দাস,সুনীতা দেৱী,বসন্ত বড়ো,জয়শ্ৰী নাথ,অজন্তা ডেকাকে ধৰি বিদ্যালয়ৰ সকলো কৰ্মচাৰীৰ লগতে এন জি অটোৰ ফালৰ পৰা সম্পাদক দেৱজিত তালুকদাৰ,সদস্য ক্ৰমে বিশ্বজিত পাটোৱাৰী,কৌশিক কলিতা,ত্ৰিদীপ কলিতা,গীতাশ্ৰী কলিতা,ধীৰাজ শইকীয়া,কংকন কলিত,মনজিত দাস সমন্বিতে কেইবাজনো সদস্যই সহযোগ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...
પ્રાંતકક્ષાનો વિશ્વાસથી વિકાસયાત્રા કાર્યક્રમ યોજાયો
#buletinindia #gujarat #KHEDBRHMA
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures Express
Business News |Futures & Option के जरिए किन Stocks में आज खरीदारी का बन रहा मौका? | Futures...
शिवचरित्र जगण्याचा मंत्र | शिवव्याख्याते Dnyandev Kashid यांचे खडकत येथील संपूर्ण व्याख्यान |
शिवचरित्र जगण्याचा मंत्र | शिवव्याख्याते Dnyandev Kashid यांचे खडकत येथील संपूर्ण व्याख्यान |
আকৌ টাইটানিক! মাজ সাগৰত ডুব গ'ল জাহাজ। এই দৃশ্য ইটালীৰ
আকৌ টাইটানিক! মাজ সাগৰত ডুব গ'ল জাহাজ।