শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ হত্যাকাৰীক চৰকাৰে আজিলৈকে চিনাক্ত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক । চৰকাৰেও কিয়, আলফায়েও ২৪ ঘন্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিম বুলি ঘোষনা কৰিছিলে কিন্তু নোৱাৰিলে” । শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকীত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসমে । নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসমৰ উদ্যোগত মৰাণ সমীপৰ খোৱাং চাৰিআলিত অনুষ্ঠিত পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকীত অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । ‘নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ, অসম’ৰ সভাপতি অৰুণ চেতিয়া, সাধাৰণ সম্পাদক লক্ষীনাথ ফুকন, উপ-সভানেত্ৰী ৰেখা গগৈ, মূখ্য সাংগঠিনক সম্পাদিকা ফুলেশ্বৰী গগৈ, মানৱ অধিকাৰ কৰ্মী মনোজ দুৱৰা আদিকে ধৰি কেইবাগৰাকী সংবাদ কৰ্মীয়ে প্ৰয়াত সাংবাদিকগৰাকী প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MP Cabinet Expansion : CM Mohan Yadav ने की Shivraj Singh से मुलाकात फिर हुआ...। Breaking News
MP Cabinet Expansion : CM Mohan Yadav ने की Shivraj Singh से मुलाकात फिर हुआ...। Breaking News
নাজিৰা আৰু শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ নৱ নিযুক্ত চেয়াৰমেনৰ আনুষ্ঠানিক ভাৱে দায়িত্ব গ্ৰহণ
আজি নাজিৰা আৰু শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ নৱ নিযুক্ত চেয়াৰমেন অজয়লাল বৰুৱাৰ আনুষ্ঠানিকভাৱে...
PM Modi interacts with creator of 'Modi Mask' in Patna | #shorts
PM Modi interacts with creator of 'Modi Mask' in Patna | #shorts