গুৱাহাটী লোকনিৰ্মান বিভাগৰ প্ৰশিক্ষণ আৰু সন্মিলন ভবনত অনুষ্ঠিত মাজুলী আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক বাতৰি কাকত অসম বাৰ্তাৰ চতুৰ্থ বাৰ্ষিক বৰ্ষপূৰ্তি উদযাপন আৰু বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিক সাংবাদিকতা, সাংস্কৃতিক,সাহিত্য বঁটা প্ৰদান কৰাৰ লগতে ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাক সাহিত্য উন্মেষ বঁটা, বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক সাংবাদিকতা বঁটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনক ৰাজনেতা বঁটা আৰু কন্ঠশিল্পী প্ৰানদীপ সাংস্কৃতিক বঁটা প্ৰদান কৰাৰ লগতে ৰহা সৰাগাঁও নিবাসী তথা কবি,লেখক,প্ৰবন্ধকাৰ লক্ষী প্ৰসাদ ডেকাক সাংগঠনিক, সাংস্কৃতিক, শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে অসম বাৰ্তাৰ পৰা তপোধন অসম বঁটা প্ৰদান কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতা-অনুসূচীত জাতিৰ জনগাঠনি ধ্বংসৰ পৰিকল্পনা
ভূমিপুত্ৰ পৰ্টেলৰ দ্বাৰা জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বিৰোধিতা-অনুসূচীত জাতিৰ জনগাঠনি ধ্বংসৰ...
ઓડદર ગામે મહિલા ઉપર બે શખ્સોએ હુમલો કર્યાની પોલીસ ફરિયાદ નોંધાય
ઓડદર ગામે મહિલા ઉપર બે શખ્સોએ હુમલો કર્યાની પોલીસ ફરિયાદ નોંધાય
झालावाड़ /- ब्लॉक एवं जिला रेकिंग मे सुधार लाने के लिए जिला स्तरीय निष्पादन समिति की बैठक सम्पन्न हुई
झालावाड़ 30 जुलाई। जिला स्तरीय निष्पादन समिति की बैठक जिला कलक्टर अजय सिंह राठौड़ की अध्यक्षता में...
ৰাজগড়ৰ উদীয়মান ক্ৰিকেটাৰ সুনীল লাচিতলৈ পঞ্জাবৰ প্ৰসিদ্ধ Beats all sports (BAS) সন্থাৰ সঁহাৰি ।
ৰাজগড়ৰ উদীয়মান ক্ৰিকেটাৰ সুনীল লাচিতলৈ পুনৰ সহায়ৰ হাত । পঞ্জাবৰ প্ৰসিদ্ধ Beats all sports (BAS)...
Bilawal is an ISI spokesman: Chugh
Chandigarh: Taking strong exception to the observations made by Bilawal Bhutto in New...