ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ অন্তৰ্গত বামুনবাৰী চাহ বাগিচাৰ খেল পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু টিংখাং।সমষ্টিৰ।বিধিয়ক তথা অসম।চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ কামৰ প্ৰতি আকৰ্ষিত হৈ মন্ত্ৰী গৰাকীৰ।উপস্থিতিত বহুসংখ্যক যুৱকে কংগ্ৰেচ আৰু কৃষক মুক্তিবাহিনীৰ সংগাম সমিতি।ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। মন্ত্ৰীগৰাকীয়ে যোগদান কৰা সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাই। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ বিষয় ববীয়াকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীৰ উজনি চেৰেপাইত আটক শিশু সৰবৰাহকাৰী : নিশা ভাস্কৰ পেগুৰ ঘৰত বেৰ কাটি সোমাল দুৰ্বৃত্ত।
মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনী চেৰেপাইত কালি নিশা প্ৰায় ১২ বজাত পথৰ কাষৰ এঘৰ লোকৰ...
रावतभाटा अखण्ड भारत दिवस संकल्प शोभायात्रा को लेकर मानव मन्दिर प्रांगण मे बैठक आयोजित
रावतभाटा हिंदू जागरण मंच के नेतृत्व में 15 अगस्त 2024 को प्रस्तावित अखंड भारत दिवस संकल्प...
દ્વારકા જિલ્લાના ભાણવડ ના આશાસ્પદ યુવાનનું મોરબી દુર્ઘટનામાં મૃત્યુ થતા ભાણવડ શોકમય બન્યું
દ્વારકા જિલ્લાના ભાણવડ ના આશાસ્પદ યુવાનનું મોરબી દુર્ઘટનામાં મૃત્યુ થતા ભાણવડ શોકમય બન્યું
গোপীৰ সৈতে নৃত্য মন্ত্ৰী যোগেন মহনৰ। ৰাইদঙীয়া আঞ্চলিক ৰাস উদযাপন সমিতিৰ ৰাসৰ ব্যাপক প্ৰস্তুতি
আগন্তুক নৱেম্বৰত হব লগা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ’ৰ বাবে ব্যাপক প্ৰস্তুতি মৰাণৰ...
Apollo launches India's most advanced network for pediatric care with Apollo Children's
D Apollo
Apollo launches India's most advanced network for pediatric care with Apollo...