আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কামৰূপ জিলাৰ মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক “প্ৰভাতফেৰী” অনুষ্ঠানৰ আয়োজন কৰা হয়। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা আৰম্ভ কৰা অনুষ্ঠানত প্ৰায় ৬ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰভাতফেৰী অনুষ্ঠানৰ আৰম্ভণিতে মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাপতি বৈকুণ্ঠ ডেকা আৰু উপ-সভাপতি আৰিফ আহমেদক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী ৰুমী বেগমৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰভাতফেৰী অনুষ্ঠানত মান্দাকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ শিক্ষক অচ্যুত দাস, ইছলামুদ্দিন আহমেদ, মজিবৰ ৰহমানককে ধৰি বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে সহযোগ কৰে। আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ "হৰ ঘৰ ত্ৰিৰংগা " কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ উলিওৱা বিশাল পদযাত্ৰাৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભૂલથી પણ વધુ પડતા લીંબુનું સેવન ન કરો, નહીં તો તમે આ ગેરફાયદાથી બચી શકશો નહીં.
1. કાકડાની સમસ્યાજો તમે જરૂર કરતાં વધુ લીંબુ પાણીનું સેવન કરો છો તો તમારા ગળાને નુકસાન થઈ શકે છે...
New Parliament Building के उदघाटन में अकेले पड़ी सरकार! Congress समेत 19 दलों ने कर दिया बहिष्कार!
New Parliament Building के उदघाटन में अकेले पड़ी सरकार! Congress समेत 19 दलों ने कर दिया बहिष्कार!
ક્રિષ્ના ચૌહાણ ફાઉન્ડેશન દ્વારા 10મી ડિસેમ્બર 2022ના રોજ ચોથો બોલિવૂડ લિજેન્ડ એવોર્ડ 2022નું આયોજન કરવામાં આવશે
ડો.ક્રિષ્ના ચૌહાણ છેલ્લા 3 વર્ષથી 'બોલીવુડ લિજેન્ડ એવોર્ડ'નું ભવ્ય આયોજન કરી રહ્યા છે. હવે ચોથા...
Gujarat government likely to implement 'Uniform Civil Code' ahead of assembly polls in state
Gujarat government likely to implement 'Uniform Civil Code' ahead of assembly polls in state