শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত চৰাইদেউত কংগ্ৰেছৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ সোনাৰীত দেওবাৰে ১৭মাৰ্চত উপস্থিত হৈ ৰাইজৰ কাষত থিয় দিব।গৌৰৱ।গগৈৰ আগমনক লৈ সাপেখাটি ব্লক।কংগ্ৰেছ কমিটিৰ সভাপতি বীৰেণ বড়াৰ সভাপতিত্বত আজি এখনি প্ৰস্তুতি সভা অনুষ্ঠি ত হয়। উক্ত সভাত সাপেখাটি ব্লক কংগ্ৰেছ কমিটিৰ সমুহ বিষয় ববীয়াৰ লগতে মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয় ববীয়া সকল উপস্থিত থাকে। প্ৰস্তুতি সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা সোণাৰী সমষ্টিৰ নেতা উৎপল গগৈ , চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ, উপসভাপতি ভানু তালুকদাৰ সহিতে অনান্য বিষয় ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অসম জাতীয়তাবাদী মহিলা পৰিষদৰ চিচিবৰগাওঁ আঞ্চলিকৰ পুৰ্ণাংগ সমিতি গঠন
অসম জাতীয়তাবাদী মহিলা পৰিষদৰচিচিবৰগাওঁ আঞ্চলিকৰ পুৰ্ণাংগ সমিতি গঠন
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ...
પાલનપુરના બંધ મકાનમાં તસ્કરો ત્રાટકયા : આગ ભભૂકી ઉઠતાં સરસમાન બળીને ખાખ
પાલનપુરના અંબિકા નગર વિસ્તારમાં આવેલા બંધ મકાનની ગ્રીલ તોડી શખ્સો અંદર ઉતર્યા હતા. જે દરમિયાન જે...
Election 2024: Tejashwi Yadav की Amit Shah को सलाह, कहा- बिहार आएं तो सत्तू पीएं, दिमाग शांत रहता है
Election 2024: Tejashwi Yadav की Amit Shah को सलाह, कहा- बिहार आएं तो सत्तू पीएं, दिमाग शांत रहता है
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಸಂಘದ ಬೆಂಗಳೂರು ನಗರ ರಾಜ್ಯ ಪರಿಷತ್ ಚುನಾವಣೆಯಲ್ಲಿ ಖಜಾನೆ ಇಲಾಖೆಯಿಂದ ಎಸ್. ನರೇಂದ್ರ ಅವರು ಗೆಲುವು ಸಾಧಿಸಿದರು.
ನವೆಂಬರ್ 22, 2024
ಕರ್ನಾಟಕ ರಾಜ್ಯ ಸರ್ಕಾರಿ ನೌಕರರ ಸಂಘದ ಬೆಂಗಳೂರು ನಗರ ರಾಜ್ಯ ಪರಿಷತ್ ಚುನಾವಣೆಯಲ್ಲಿ...
મારામારી તેમજ પ્રોહીબિશનના ગુનામાં પાંચ જિલ્લામાંથી હદપાર થયેલ શખ્સને ધ્રાંગધ્રા ખાતેથી ઝડપી પાડ્યા
મારામારી તેમજ પ્રોહીબિશનના ગુનામાં પાંચ જિલ્લામાંથી હદપાર થયેલ શખ્સને ધ્રાંગધ્રા ખાતેથી ઝડપી પાડ્યા