শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত চৰাইদেউত কংগ্ৰেছৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ সোনাৰীত দেওবাৰে ১৭মাৰ্চত উপস্থিত হৈ ৰাইজৰ কাষত থিয় দিব।গৌৰৱ।গগৈৰ আগমনক লৈ সাপেখাটি ব্লক।কংগ্ৰেছ কমিটিৰ সভাপতি বীৰেণ বড়াৰ সভাপতিত্বত আজি এখনি প্ৰস্তুতি সভা অনুষ্ঠি ত হয়। উক্ত সভাত সাপেখাটি ব্লক কংগ্ৰেছ কমিটিৰ সমুহ বিষয় ববীয়াৰ লগতে মণ্ডল কংগ্ৰেছ কমিটিৰ বিষয় ববীয়া সকল উপস্থিত থাকে। প্ৰস্তুতি সভাত সমল ব্যক্তি হিচাবে উপস্থিত থাকে চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি অনুজ বৰকটকী , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা সোণাৰী সমষ্টিৰ নেতা উৎপল গগৈ , চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ, উপসভাপতি ভানু তালুকদাৰ সহিতে অনান্য বিষয় ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PORBANDAR પોરબંદરમાં આમ આદમી પાર્ટીના અમુક કાર્યકરો ભાજપમાં જોડાયા 19 11 2022
PORBANDAR પોરબંદરમાં આમ આદમી પાર્ટીના અમુક કાર્યકરો ભાજપમાં જોડાયા 19 11 2022
गुणोत्सव:-मंत्री परिमल शुक्लबैध्य ने जौंगालबलहु गढ शहीद स्मृति हाईस्कूल का
किया दौरा।
विद्यार्थी ने मंत्री को सुनाया सुघाकंठ का कालजयी गयी।
मंत्री ने विद्यालय के शिक्षण परिवेश पर संतुष्टि व्यक्त कर भरपूर की प्रसंशा।अविभावकों ने मंत्री से विद्यालय क
गुणोत्सव के दौरान आज राज्य के मंत्री परिमल शुक्लबैध्य मे रोहा जोंगालबलहु गढ शहीद स्मृति हाईस्कूल...
Awareness campaign by Pt. Deen Dayal Adarsha Mahavidyalaya, Behali
"Awareness campaign "By Pt Deen Dayal Adarsha Mahavidyalaya, Behali.
Today on the 11th August...