আজাদী কি অমৃত মহোৎসৱ উপলক্ষে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অধীনস্থ ৰহদৈস্থিত শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত , জিলা পশুপালন আৰু পশু স্বাস্থ্য বিভাগৰ সহযোগত নাজিৰা সমষ্টিৰ নিমাইগড় হাবি গাঁও আৰু মোহন গাঁৱত পশু স্বাস্থ্য পৰীক্ষা ও প্ৰতিষেধক প্ৰদান শিবিৰ অনুষ্ঠিত হয় । এই শিবিৰত অঞ্চলটোৰ প্ৰায় ১৫০ গৰুৰ গলফুলা আৰু জহৰবাত ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে পশুধনৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Dalai Lama की ये कहानी छिपाकर क्यों रखी गयी | Kitabwala
Dalai Lama की ये कहानी छिपाकर क्यों रखी गयी | Kitabwala
નવલી નવરાત્રીમાં અમદાવાદીઓનો થનગનાટ
#buletinindia #gujarat #ahmedabad
અમદાવાદ વિસ્તારમાં BRTS 🚐 BUS 🚌 મા દાગીનાની ચોરી કરતી બે મહિલા મુદ્દામાલ સાથે ઝડપાઇ ક્રાઇમ બ્રાન્ચ
અમદાવાદ વિસ્તારમાં BRTS 🚐 BUS 🚌 મા દાગીનાની ચોરી કરતી બે મહિલા મુદ્દામાલ સાથે ઝડપાઇ ક્રાઇમ બ્રાન્ચ
The Gujju Talk Show | Nadeem Wadhwania |Je Thashe Joyu Jashe |Kuldeep D|Samarth S |Nikita P |Nirav K
The Gujju Talk Show | Nadeem Wadhwania |Je Thashe Joyu Jashe |Kuldeep D|Samarth S |Nikita P |Nirav K