মাৰ্ঘেৰিটা মহকুমাৰ বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়ত ৰ অন্তর্গত তিনিহুতি গাঁও পঞ্চায়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।২০২১ চনৰ আগষ্ট মাহত ১নং আৰু ২নং তিনিহুটি গাঁও সামৰি আদৰ্শ গাঁও হিচাপে ঘোষনা কিৰ ৫কোটি অনুমোদন জনায়। প্ৰথম কিস্তি হিচাপে ৫০ লাখ টকা মুকলি কৰা হৈছিল। ৫০টকাৰে ১৩ লাখ টকাৰ এখন তোৰণ,২৬ লাখ টকাৰে দুটা পৰা প্ৰেক্ষাগৃহ,১০ লাখ ৫০, হেজাৰ তিনিটা চলাৰ ষ্ট্ৰিত লাইট নিৰ্মাণৰ কাম আৰম্ভ কৰা হয় । গাঁৱৰ ৰাইজক অন্ধকাৰত ৰাখি একাংশ ৱাৰ্ড সদস্য,জে, পি,ৰ দলীয় কৰ্মী আৰু নিৰ্মান কমিটিৰ সদস্য লগ লাগি ধন আত্মহাত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে।৫০ লাখ টকাৰ ৭০ শতাংশ ধন উলিওৱাৰ পিছতো ২০ শতাংশ কাম সম্পূৰ্ণ হৈ নুঠিল এটা বছৰত।প্ৰশাসনৰ বিভাগীয় বিষয়া সকল আহি কাম সমূহ তদাৰক কৰি বিশেষ গাঁও সভাৰ জৰিয়তে ৰাইজৰ সন্মুখত অহা ১৫ আগষ্ট ৰ আগে আগে কাম সম্পূৰ্ণ কৰা নিৰ্দেশ দিয়ে নিৰ্মান কাৰি কেইজনক ।প্ৰশানৰ লোক অহাৰ খবৰ পাই সেইদিনাই নির্মাণ কাৰী সকলে বন্ধ কৰি ৰখা কামসমূহ ততা তেয়াকৈ আৰম্ভ কৰা দেখা যায় ।৫০ হেজাৰ টকাৰে নির্মাণ কৰা কেইদিনমান পাছতে প্ৰায় বোৰ লাইট ষ্ট্ৰিত বিকল হৈ পৰাৰ কথাও ৰাইজে জানিবলৈ দিয়ে । এই ক্ষেত্ৰত গাঁৱৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ বাবে আহ্বান জনাইছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પેટલાદમાં હોમિયોપેથીક સારવાર કેમ્પ યોજાશે.
પેટલાદ શહેરના સાઈનાથ મંદિરે આવતીકાલે ગુરુવારના રોજ હોમિયોપેથીક સારવાર કેમ્પનું આયોજન કરવામાં...
THE CREATOR | film promotion | Ahmedabad | City Gold Cinema @Good Day Gujarat
THE CREATOR | film promotion | Ahmedabad | City Gold Cinema @Good Day Gujarat
iQOO 12 सीरीज भी Snapdragon 8 gen 3 चिपसेट के साथ हो रही पेश, लॉन्चिंग डेट की जानकारी आई सामने
iQOO 12 series Coming With Snapdragon 8 Gen 3 क्वलाकम ने स्नैपड्रैगन समिट के साथ अपने मोस्ट...
પાંડવ પુત્ર ભીમે બનાવેલો ખાટલો આજે પણ હયાત છે|Bhim's big bed is still in Gujarat|
પાંડવ પુત્ર ભીમે બનાવેલો ખાટલો આજે પણ હયાત છે|Bhim's big bed is still in Gujarat|
रत्नागिरी बाजारपेठेत प्लास्टिकबाबत धडक कारवाई सुरू
रत्नागिरी : शहरातील बाजारपेठेत आज प्लास्टिक वापराबाबत धडक कारवाई करण्यात आली. नगरपरिषदेच्या वतीने...