শিৱসাগৰ নগৰত দেওবাৰে শিৱসাগৰ নাগৰিক সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা , শিৱসাগৰ মিলিত শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক , সভাপতি ।তথা মুখ্য উপদেষ্টা , বিশিষ্ট নগৰিক প্ৰয়াত মুন বৰুৱাৰ প্ৰতি নগৰৰ মাজমজিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। প্ৰায় অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ লগতে জিলাখনৰ অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বিশিষ্ট নাট্যকাৰ হিচাবে খ্যাতি লাভ কৰা এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু ত মৰ্মাহত শিৱসাগৰ বাসী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোলাঘাট নগৰৰ মাজমজিয়া স্থিত মাছ বজাৰৰ সমীপত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ সংখ্যক মৰাত্মক ড্ৰাগছ l
গোলাঘাট নগৰৰ মাজমজিয়া স্থিত মাছ বজাৰৰ সমীপত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ সংখ্যক মৰাত্মক ড্ৰাগছ l
Why Cipla Share Falling: निवेशक हो जाएं सतर्क, Portfolio में है स्टॉक तो जानें गिरावट में क्या करें?
Why Cipla Share Falling: निवेशक हो जाएं सतर्क, Portfolio में है स्टॉक तो जानें गिरावट में क्या करें?
iQOO 12: 512GB स्टोरेज वाले फोन पर मिल रही तगड़ी डील, पहली सेल में 50 हजार रुपये से कम में खरीदें डिवाइस
iQOO ने अपने भारतीय ग्राहकों के लिए हाल ही में Qualcomm Snapdragon 8 Gen 3 चिपसेट वाला पहला फोन...
નશાની હાલતમાં ઓટો રીક્ષા ડ્રાઈવર ઝડપાયો
નશાની હાલતમાં ઓટો રીક્ષા ડ્રાઈવર ઝડપાયો
गुजरात चुनाव में 2002 दंगों की एंट्री, अमित शाह के बयान पर ओवैसी ने किया पलटवार
गुजरात विधानसभा चुनाव को लेकर सियासत तेज हो गई है. चुनाव में 2002 गुजरात दंगों की एंट्री हो गई...