শিৱসাগৰ নগৰত দেওবাৰে শিৱসাগৰ নাগৰিক সন্থাৰ প্ৰাক্তন সভাপতি তথা উপদেষ্টা , শিৱসাগৰ মিলিত শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক , সভাপতি ।তথা মুখ্য উপদেষ্টা , বিশিষ্ট নগৰিক প্ৰয়াত মুন বৰুৱাৰ প্ৰতি নগৰৰ মাজমজিয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। প্ৰায় অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ লগতে জিলাখনৰ অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। বিশিষ্ট নাট্যকাৰ হিচাবে খ্যাতি লাভ কৰা এইগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু ত মৰ্মাহত শিৱসাগৰ বাসী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বীৰ লাচিত সেনাৰ চাৰি সতীৰ্থক বিনা চৰ্তে মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ।নতুন বজাৰত নতুন বজাৰ বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতি গঠন।_
বীৰ লাচিত সেনাৰ চাৰি সতীৰ্থক বিনা চৰ্তে মুক্তিৰ দাবী বীৰ লাচিত সেনাৰ।নতুন বজাৰত নতুন বজাৰ বীৰ...
ट्रेन की चपेट में आने से युवक की दर्दनाक मौत
लाखेरी. शुक्रवार को अल सुबह दिल्ली मुंबई रेल लाइन पर भावपुरा गांव के समीप स्थित रेलवे लाइन पर...
সোণাৰিৰ নাফুক সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত চাইকেল ৰেলী
সোণাৰিৰ নাফুক সন্মিলিত যুৱ মঞ্চ উদ্যোগত নাফুক আদৰ্শ গাঁৱৰ পৰা ঐতিহাসিক শিৱসাগৰলৈ সুস্থ শৰীৰ...
Top Bullish Stocks In Focus | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल भरोसा?
Top Bullish Stocks In Focus | Experts’ Top Calls: आज इन Stocks पर Experts को क्यों हैं डबल...
Israel Palestine War : ख़ुफ़िया एजेंसी Mossad इस बार कैसे चूकी और Hamas ने उसे कैसे चकमा दिया
Israel Palestine War : ख़ुफ़िया एजेंसी Mossad इस बार कैसे चूकी और Hamas ने उसे कैसे चकमा दिया