গুৱাহাটীৰ সোণাপুৰ ক্ৰীড়া সংস্হাৰ খেলপথাৰত অনুষ্ঠিত হোৱা ১৪ বছৰ অনুৰ্ধ্বৰ পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দল প্ৰথমবাৰৰ বাবে চেম্পিয়ন হৈছে ৷ আজি অনুষ্ঠিত হোৱা ফাইনেল খেলত ধেমাজি জিলা দলে যোৰহাট জিলা দলক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ বিজয়ী দলটোৰ হৈ গল দুটা দিয়ে ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ দেৱজিৎছা স্বৰ্গীয়াৰীয়ে ৷ উল্লেখনীয় যে পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতাত ধেমাজি জিলা দলৰ হৈ গোগামুখ নলবাৰী হাইস্কুলে প্ৰতিনিধিত্ব কৰিছিল আৰু ইয়াত মুখ্য প্ৰশিক্ষক হিচাপে আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক প্ৰশিক্ষক তথা গোগামুখ স্পৰ্ট একাডেমীৰ মুখ্য প্ৰশিক্ষক গেৰেম দৈমাৰী আৰু সহকাৰী প্ৰশিক্ষক হিচাপে আছিল ৰূপক বসুমতাৰী ৷ উল্লেখনীয় যে, ধেমাজি জিলা দৰ লগত মুখমুখি হোৱা কোনো এটা দলে প্ৰতিযোগিতাখনত ধেমাজি জিলা দলক এটাও গল দিব নোৱাৰিলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अक्रासु मुख्यालय में अक्रासु सभापति क्षितिस वर्मन का सांवदमेल
जनजातिकरण और अलग कामतापुर राज्य गठन के मांग को लेकर एक बार फिर अखिल कोच राजवंशी छात्र संस्था ने...
গুৱাহাটীত ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতা সম্পন্ন
গুৱাহাটীত ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতা সম্পন্ন
অসম ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতাৰ বঁটা বিতৰণ...
Deepak Shenoy's Share Market Bold Tips | Tata Chemicals की वैल्यू बढ़ने की उम्मीद | Business News
Deepak Shenoy's Share Market Bold Tips | Tata Chemicals की वैल्यू बढ़ने की उम्मीद | Business News
लक्ष्मीपुरा डोरा- डाबी, सिलोर नमाना सडक तथा गरडदा बांध की नहरों की एनओसी जारी करे वन विभाग-हरिमोहन
बून्दी। बूंदी विधायक हरिमोहन शर्मा ने वन राज्यमंत्री संजय शर्मा को जयपुर में पत्र देकर...
Live TV Show Attack : इक्वाडोर के लाइव टीवी शो में घुस आए कई नक़ाबपोश बंदूकधारी, आगे क्या हुआ?
Live TV Show Attack : इक्वाडोर के लाइव टीवी शो में घुस आए कई नक़ाबपोश बंदूकधारी, आगे क्या हुआ?