ডেৰ দশক ধৰি ঢকুৱাখনাত চুৰি ,ডকাইত,হত্যা, ধৰ্ষণ,ইত্যাদি অসংখ্য ঘটনাৰে সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ অপৰাধী গেৰজাই বৰুৱা ওৰফে ৰাজু বৰুৱা মৃত্যু হৈছে।ইয়াৰ লগে লগে স্বস্তি নিশ্বাস পেলাইছে সমগ্ৰ ঢকুৱাখনাবাসীযে।যোৱা মংগল বাৰে ঢকুৱাখনা ন্যায়িক আদালতৰ পৰা পলায়ন কৰিছিল গেৰজাই।চুৰি ,ডকাইত, হত্যা,ধৰ্ষণ ইত্যাদি অসংখ্য ঘটনাৰ গোচৰত অভিযুক্ত গেৰজাই আজি পুৱতি নিশা ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কিলাকিলি গাঁৱৰ এটা জানৰ পানীৰ যুৱলীত আত্মগোপন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্রত্যক্ষ কৰি কৰাযত্ব কৰিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষীক খবৰ দিয়ে,কিন্তু আৰক্ষী উপস্থিত হোৱা পূৰ্বেই গেৰজাই কৰ্ম কাণ্ডই ক্ষুব্ধ হৈ থকা একাংশ উত্তেজিত ৰাইজে উত্তম মাধ্যম সুধাই গুৰুত্ব ভাবে আহত কৰে।আৰক্ষী উপস্থিত স্থলী ত উপস্থিত হৈ উত্তেজিত ৰাইজৰ কৱলৰ পৰা উদ্ধাৰ কৰি 108এম্বুলেন্স জৰীযতে ঢকুৱাখনা মহকুমাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ : જેતપુર જામકંડોરણા વિધાનસભાની બેઠકપરથી ભાજપ માંથી જયેશભાઇ રદડીયા એ ઉમેદવારી નોંધાવી.
રાજકોટ : જેતપુર જામકંડોરણા વિધાનસભાની બેઠકપરથી ભાજપ માંથી જયેશભાઇ રદડીયા એ ઉમેદવારી નોંધાવી.
કું. રેષા પટેલ કન્યા છાત્રાલય દ્વારા પંકજ દેસાઇનું સન્માન
નડીઆદ પશ્ચિમમાં આવેલ કુ. રેષા પટેલ કન્યા છાત્રાલયમાં ધારાસભ્ય પંકજભાઇ દેસાઇની ગ્રાન્ટમાંથી...
কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিৰ যান্ত্ৰিকীকৰণ বিষয়ক দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি
আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ...
শিৱসাগৰত শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত "অৰ্জুন-ভঞ্জন" নাট মঞ্চস্থ
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অন্যতম নাট্য অনুষ্ঠান নাট্যপীঠৰ উদ্যোগত, সংগীত নাটক অকাডেমী-নতুন দিল্লীৰ...