শণিবাৰে সোণাৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ স্বৰূপে বিজেপিৰ প্ৰতীকচিহ্ন পদুম ক অংকন কৰে চৰাইদেউ জিলাৰ প্ৰভাৰী সুভাষ দত্তই। বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ স্বৰূপে সোণাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাৰীত চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৰী তথা ৰাজ্যিক মুখপাত্ৰ সুভাষদত্তৰ উপস্থিতিত দেৱালত বিজেপিৰ প্ৰতীক চিহ্ন অংকন কৰা হয়।এই সময় ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ স্বৰূপে সোণাৰীত বিজেপিৰ প্ৰতীক পদুম চিহ্ন অংকন কৰে চৰাইদেউ জিলাৰ প্ৰভাৰী সুভাষ দত্তই।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/01/nerity_8fe1b47fe76bb166ceebf167feca1cf8.jpg)