মৰাণত আজি কংগ্ৰেছ বিধায়িনি দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰে । তেওঁ বিজেপিৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক কঠোৰ সমালোচনা কৰি কয় যে অসম চৰকাৰে অসমৰ শিপিনী সকলক ভাতে মৰাৰ পদক্ষেপ লৈছে । ৰাষ্ট্ৰীয় পতাখন তাতশালত হাতে বোৱা কাপোৰ হ'ব লাগে । কিন্তু বিজেপি চৰকাৰখনে আইন সংশোধন কৰি পলিষ্টাৰ কাপোৰেৰে বনিক গোষ্ঠীক সহায়ৰ বাবে পতাকা বনাইছে । এক কথাত বিজেপি চৰকাৰখনে ৰাষ্ট্ৰীয় পতাকাখনক লৈও ব্যৱসায় আৰম্ভ কৰি দিছে বুলি কংগ্ৰেছৰ নেতাজনে মন্তব্য কৰে । উল্লেখযোগ্য যে ৭৫ সংখ্যক বৰ্ষপূৰণ উপলক্ষে "স্বাধীনতাৰ গৌৰৱময় যাত্ৰা ৯ ৰ পৰা ১৫ আগষ্ট" শীৰ্ষক এক সমদল মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটি উদ্যোগত আজি বাহিৰ কৰা হয় । এই কাৰ্যসূচী ৰূপায়নৰ বাবেই আজি মৰাণত উপস্থিত হয় কংগ্ৰেছ বিধায়িনি দলৰ দলপতিজন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
खड्डा चुकवत असतांना एसटी बसचा अपघात,सुदैवाने जीवितहानी टळली
खड्डा चुकवत असतांना एसटी बसचा अपघात,सुदैवाने जीवितहानी टळली
महिला कार्यकर्ताओं ने भाजपा कार्यलय के सामने किया विरोध प्रदर्शन:जम्मू कश्मीर चुनावों में महिलाओं को कम सीट देने से नाराज
केंद्र शासित प्रदेश जम्मू-कश्मीर में सितम्बर में होने वाले विधानसभा चुनावों के लिए पहले चरण का की...
Belagavi : अथणीजवळ आयशर टेंपो-स्कूल बसची धडक, दोन्ही ड्रायव्हर ठार, दहा विद्यार्थी गंभीर...BPN news
Belagavi : अथणीजवळ आयशर टेंपो-स्कूल बसची धडक, दोन्ही ड्रायव्हर ठार, दहा विद्यार्थी गंभीर...BPN news
America में Police की गाड़ी से हुई थी भारतीय मूल की छात्रा Jaahnavi Kandula की मौत, हुआ बड़ा एक्शन
America में Police की गाड़ी से हुई थी भारतीय मूल की छात्रा Jaahnavi Kandula की मौत, हुआ बड़ा एक्शन