মৰাণত আজি কংগ্ৰেছ বিধায়িনি দলৰ দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈ বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা কৰে । তেওঁ বিজেপিৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক কঠোৰ সমালোচনা কৰি কয় যে অসম চৰকাৰে অসমৰ শিপিনী সকলক ভাতে মৰাৰ পদক্ষেপ লৈছে । ৰাষ্ট্ৰীয় পতাখন তাতশালত হাতে বোৱা কাপোৰ হ'ব লাগে । কিন্তু বিজেপি চৰকাৰখনে আইন সংশোধন কৰি পলিষ্টাৰ কাপোৰেৰে বনিক গোষ্ঠীক সহায়ৰ বাবে পতাকা বনাইছে । এক কথাত বিজেপি চৰকাৰখনে ৰাষ্ট্ৰীয় পতাকাখনক লৈও ব্যৱসায় আৰম্ভ কৰি দিছে বুলি কংগ্ৰেছৰ নেতাজনে মন্তব্য কৰে । উল্লেখযোগ্য যে ৭৫ সংখ্যক বৰ্ষপূৰণ উপলক্ষে "স্বাধীনতাৰ গৌৰৱময় যাত্ৰা ৯ ৰ পৰা ১৫ আগষ্ট" শীৰ্ষক এক সমদল মাহমৰা আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটি উদ্যোগত আজি বাহিৰ কৰা হয় । এই কাৰ্যসূচী ৰূপায়নৰ বাবেই আজি মৰাণত উপস্থিত হয় কংগ্ৰেছ বিধায়িনি দলৰ দলপতিজন
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
5.82 करोड़ से होगी सड़कों-पुलों की मरम्मत
अतिवृष्टि से खराब हो चुकी जिले की विभिन्न सड़कों की 5.60 करोड़ से मरम्मत होगी। लोकसभा अध्यक्ष ओम...
રોટરી ક્લબ ડિવાઇન ડીસા દ્વારા જરૂરિયાતમંદ દર્દીઓ ને હોસ્પિટલના બેડ જેવી સુવિધા ઘરે જ મળી રહે તે માટે બેડ પલંગ અને વ્હીલ ચેરની ની સુવિધા પૂરી પાડવામાં આવશે..
રોટરી ક્લબ ડિવાઇન ડીસા દ્વારા જરૂરિયાતમંદ દર્દીઓ જ્યારે પોતાના ઘરે આરામ પર હોય ત્યારે તેમને...
रावतभाटा काल के मुँह समाई 30 भैंसे बिजली का तार टूट कर तालाब मे गिरा करंट लगने से सभी भेंसो की मौत
रावतभाटा तहसील के रेनखेड़ा पंचायत में तालाब में बैठी दो दर्जन से भी अधिक भैसों पर बिजली का तार...
પાલીતાણામાં નગરપાલિકા દ્વારા ઢોર પકડવાની કામગીરી કરવામાં આવી
પાલીતાણામાં નગરપાલિકા દ્વારા ઢોર પકડવાની કામગીરી કરવામાં આવી