স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰিলে গোলাঘাটৰ চিনাতলীত । শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি ১ নং ভোলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ দ্বাৰা উলিওৱা হয় এক বৃহৎ সমদল । বিদ্যালয়ৰ ছাত্ৰই প্ৰতীকী ৰূপত উপস্থাপন কৰিলে মহামানৱ মহাত্মা গান্ধীক ।প্ৰভাত ফেৰীত অংশ লয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক আৰু স্থানীয় ৰাইজে । হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বন্দে মাতৰম ধ্বনি দি ওলাই আহিল কণ কণ ছাত্ৰ-ছাত্ৰীসকল । দেশপ্ৰেমমূলক গীত গাই অতি আনন্দেৰে শোভাযাত্ৰাত অংশ লৈছে সকলোৱে । গ্ৰামাঞ্চলতো স্বাধীনতাৰ অমৃত মহোৎসৱৰ আয়োজনত পূৰ্ণ সহযোগ আগবঢ়াইছে সকলোৱে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડગામના બસુમાં નાણાંકીય ગોટાળામાં ઉપસરપંચને સસ્પેન્ડ કરતાં ચકચાર
બનાસકાંઠા જિલ્લા વિકાસ અધિકારીએ વડગામના બસુ ગામે નાગરિકોના કરવેરાના નાણાંની ગેરરીતિ કરી ઉચાપત...
लाचलुचपत विभागाची चिपळुणात मोठी कारवाई; सरकारी अधिकारी जाळ्यात
चिपळूण मधील सहाय्यक दुय्यम निबंधक (श्रेणी १) श्री. प्रशांत धोत्रे हे लाच घेताना लाचलुचपत...
গোলাঘাট জিলাৰ খুমটাইত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফি।
গৃহ জিলা গোলাঘাট জিলাৰ খুমটাইত কেপ্টেইন জিন্টু গগৈ বীৰ চক্ৰ ফুটবল প্ৰতিযোগিতাৰ বিজয় ট্ৰফিঃ১৫...
આત્મસન્માન કેવી રીતે વધારવો જુઓ આ વિડીયોમાં
આત્મસન્માન કેવી રીતે વધારવો જુઓ આ વિડીયોમાં
महाराष्ट्र विधानसभा चुनाव, सीट शेयरिंग पर MVA की मीटिंग आज:संजय राउत बोले- अमित शाह से कोई बातचीत नहीं हुई, भाजपा अफवाह फैला रही
महाराष्ट्र विधानसभा चुनाव में महीने भर से भी कम दिन का समय बचा है, लेकिन महाविकास अघाड़ी (MVA) में...