প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোডীৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ বিকাশ আৰু প্ৰগতিৰ নতুন দিশলৈ দেশ ধাৱমান হৈছে।সৰ্বসাধাৰণৰ কল্যানৰ কাৰণে গ্ৰহন কৰা বিভিন্নআঁচনি সমুহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে আৰম্ভ কৰা বিকশিত ভাৰত সংকল্প যাত্ৰা টেঙাখাট উন্নয়ণ খণ্ডৰ অন্তৰ্গত টেঙাখাত গাঁও পঞ্চায়ত আৰু ন-খঙীয়া হাতীবন্ধা গাঁও পঞ্চায়তত আয়োজন কৰা কাৰ্যসূচীত অংশ গ্ৰহন কৰি বিভিন্ন আঁচনিৰ হিতাধিকাৰী সকলৰ সৈতে বাৰ্তালাপ কৰি এই আঁচনি সমূহৰ পৰা উপকৃত হোৱা বুলি অৱগত কৰাত বিধায়ক গোৱালা আনন্দিত হয়।প্ৰধানমন্ত্ৰীৰ।সৱল পদক্ষেপে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে বহুলোক উপকৃত হৈছে। এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকল।আৰু হিতাধিকাৰী সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सफाई कर्मचारियों ने विभिन्न मांगों को लेकर विधायक कृपलानी को सौपा ज्ञापन
निम्बाहेड़ा
फ़रीद खान
नगर पालिका निंबाहेड़ा में कार्यरत सफाई कर्मचारियों ने अपनी विभिन्न मांगो को...
ঢকুৱাখনাত ৩৫বছৰে অচল জলসিঞ্চন বিভাগৰ প্ৰকল্পত ,সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ নেতৃত্বত এটা আছু সঁজাতি দলৰ পৰিদৰ্শন।
ঢকুৱাখনাত ৩৫বছৰে অচল জলসিঞ্চন বিভাগৰ প্ৰকল্পত ,সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ...
ডিপ্তা সুৰাদীৰ চকত বিভিন্ন ধৰণৰ সুস্বাদু ফল মূল,খাদ্য সম্ভাৰেৰে ভৰি পৰিছে
ৰমজানৰ বজাৰ,আজি পৰা আৰম্ভ হৈছে ৰোজা
আজি পৰা আৰম্ভ হৈছে ৰোজা।
আজিৰে পৰা আৰম্ভ ইছলাম ধৰ্মী লোক সকলৰ পৱিত্ৰ ৰমজান...
ৰেখাৰ চেক্ৰেটাৰী ফাৰ্জানাৰ সৈতে লিভ ইন ৰিলেচন?
📌ৰেখাৰ চেক্ৰেটাৰী ফাৰ্জানাৰ সৈতে লিভ ইন ৰিলেচন?
📌প্ৰবীণ অভিনেত্ৰীগৰাকীৰ বিষয়ে কৰা আচৰিত দাবী...
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Ashish Verma के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News